অভিনেত্ৰী জুনজুন বৰাৰ জীৱনৰ নতুন ইনিংছঃ যুগ্মজীৱনৰ পাতনি মেলিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে

গুৱাহাটী, ২৩ মে': দীৰ্ঘদিনীয়া সফল প্ৰেমৰ পৰিসমাপ্তিত প্ৰেমিক তথা বিশিষ্ট ব্যৱসায়ী ৰবীন ৰাজৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় অভিনেত্ৰী জুনজুন বৰাই। শনিবাৰে আঙুঠি পিন্ধোৱা পৰ্ব সুকলমে সম্পন্ন কৰিলে মোহময়ী অভিনেত্ৰীগৰাকীয়ে। ভ্ৰাম্যমাণ

বানমূখত পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পৰিৱেশ প্ৰদূষণৰ সন্দৰ্ভত সজাগতা সভা আৰু কৰ্মশালা

বানমূখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তত্বাৱধানৰ আৰু ইনভেটিভ এণ্ড কমিউনিটি হাবৰ উদ্যোগত পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পৰিবেশ প্ৰদূষণৰ সন্দৰ্ভত আজি এখনি সজাগতা সভা আৰু কৰ্মশালা সম্পন্ন হৈ যায় । বৃহত্তৰ কোৱৰপুৰ মৌজাৰ অন্তৰ্গত বানমূখ উচ্চতৰ

শ্ৰীৰামপুৰত ট্ৰাক সহ বৃহত পৰিমানৰ বিলাতী সুৰা জব্দ সহ দুজনক আটক

✍️ শ্ৰীৰামপুৰত ট্ৰাক সহ বৃহত পৰিমানৰ বিলাতী সুৰা জব্দ সহ দুজনক আটক । ✍️গোসাইগাঁৱৰ শিমুলটাপু আৰক্ষীয়ে আজি দুপৰীয়া সময়ত এক গোপন খবৰৰ ভিত্তিত শ্ৰীৰামপুৰৰ ৩১(গ)নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই MC Dowell's বিলাতী সুৰা সহ ট্ৰাক এখন জব্দ

ৰাজ্যৰ ৩০০খন মাদ্ৰাছাত ওলমিব তলা। ইতিমধ্যে তালিকা চূড়ান্ত হৈছে : মুখ্যমন্ত্ৰী

তিনিচুকীয়া জিলাৰ বৰগুৰিত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি Bhabesh kalita ভৱেশ কলিতা উপস্থিতিত, মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ইশুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্মিত দলীয় কাৰ্যালয় 'অটল বিহাৰী বাজপেয়ী ভৱন'।

জোনমনি ৰাভাৰ সেই গান গোৱা আৰু গোৱা নহল ….

সামাজিক মাধ্য়মত গৰিমা গাৰ্গৰ এক বিশেষ ফেচবুক পোষ্ট... একেবাৰে অবিশ্বাস্য !! সৌ সিদিনা ১৩ মে' তাৰিখে নগাঁওৰ নেহেৰুবালিত গোটেই নিশাটো তেওঁ আমাৰ লগতে আছিল আৰু আজি হঠাৎ শুনিবলৈ পালো তেওঁ এই পৃথিৱীৰ পৰা চিৰদিনলৈ আঁতৰি গুচি গʼল । মাত্ৰ দুটা

তিনিচুকীয়াত “তিনিচুকীয়া সন্মিলন কেন্দ্ৰ” শুভউদ্বোধন ড° হিমন্ত বিশ্ব শৰ্মাৰ ।

তিনিচুকীয়া জিলাত আয়োজিত "উপায়ুক্ত সন্মিলন"ৰ প্ৰাক মুহূৰ্তত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা "তিনিচুকীয়া সন্মিলন কেন্দ্ৰ" শুভউদ্বোধন ৷ অসমৰ দ্বিতীয়টো এনেধৰণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা এই সন্মিলন

চান্দমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমূহীয়া শিকন কেন্দ্ৰ(COMMUNITY LEARNING HUB)ৰ শুভ উদ্ধোধন।

গোলাঘাট পূৱ শিক্ষা খণ্ডৰ চান্দমাৰী মণ্ডল সমল কেন্দ্ৰৰ অধিনষ্ঠ চান্দমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি গোলাঘাট জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ড. সমিৰণ বৰাই এটি সমূহীয়া শিকণ কেন্দ্ৰ অথবা কমিউনিটি লাৰ্নিং হাবৰ শুভ

হাউলীত বৰপেটা জিলা আমছুৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্নঃ জিলা সমিতিৰ দুই উপ-সভাপতিক বিদায় সম্ভাষন

সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা দেওবাৰে দিনৰ ১১ বজাত হাউলীস্থ জিলা সমিতিৰ মূখ্য কাৰ্যালয় প্ৰাংগনত জিলা সমিতিৰ সভাপতি আব্দুল জুব্বাৰ আলীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় । সভাখনৰ উদ্দেশ্যে

গোৱালপাৰাত আম আদমী পাৰ্টীৰ কৰ্মী সভা

গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তগৰ্ত ধুমেৰঘাট আৰ্দশ জাতীয় বিদ্যালয়ত আজি আম আদমী পাৰ্টীৰ সমষ্টি কমিটী গঠন সম্পৰ্কে এখন কৰ্মী সভা অনুষ্ঠিত হয়। উক্ত সভা খনত উপস্থিত থাকে মুখ্য অতিথি হিচাপে ৰাজ্যিক মহিলা শক্তিৰ সভাপতি মিতালি

গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সমন্বয়ৰ দ্বাৰা আয়োজিত “দশম বার্ষিক সাংবাদিকৰ মুকলি বিহু”

আজি পুৱা গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সমন্বয়ৰ দ্বাৰা আয়োজিত "দশম বার্ষিক সাংবাদিকৰ মুকলি বিহু"ৰ আয়োজল কৰা হয় । গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সাংবাদিকসকলে তেওঁলোকৰ কৰ্তব্যনিষ্ঠাৰে সমাজৰ বিভিন্ন বাস্তৱতাক সমাজৰ আগত দাঙি ধৰে।