Friday , September 25 2020
শেহতীয়া খবৰ

admin

২৫ তাৰিখৰপৰা বৰপেটা জিলাৰ ১৩ স্থানৰ পৰা ৭২ বাছেৰে ঘৰলৈ উভতিব ১১৩৯ যাত্ৰী

দৈনিক গণঅধিকাৰ, পল্লাৰপাৰঃ ৰাজ্য চৰকাৰে ৰাজ্যৰ বিভিন্ন স্থানত আৱদ্ধ হৈ থকা লোক সকলক ৰাজ্যিক পৰিবহন নিগমৰ বাছৰ জৰিয়তে নিজ নিজ ঠাইলৈ উভতি যোৱাৰ বাবে প্ৰদান কৰা সুবিধা বৰপেটা জিলাত থকা লোক সকলকো যথা ৰীতি প্ৰদানৰ বাবে জিলা প্ৰশাসনে বিস্তৃত ব্যৱস্থা গ্ৰহণ কৰিছে। সেই অনুসৰি কাইলৈৰ পৰা অহা তিনিদিনলৈ ৭২ খন বাছেৰে বৰপেটা …

অধিক »