Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
স্থানীয়
Local News of Assam except Guwahati
হাউলীত বৰপেটা জিলা আমছুৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্নঃ জিলা সমিতিৰ দুই উপ-সভাপতিক বিদায় সম্ভাষন
সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা দেওবাৰে দিনৰ ১১ বজাত হাউলীস্থ জিলা সমিতিৰ মূখ্য কাৰ্যালয় প্ৰাংগনত জিলা সমিতিৰ সভাপতি আব্দুল জুব্বাৰ আলীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় । সভাখনৰ উদ্দেশ্যে!-->…
Read More...
Read More...
গোৱালপাৰাত আম আদমী পাৰ্টীৰ কৰ্মী সভা
গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তগৰ্ত ধুমেৰঘাট আৰ্দশ জাতীয় বিদ্যালয়ত আজি আম আদমী পাৰ্টীৰ সমষ্টি কমিটী গঠন সম্পৰ্কে এখন কৰ্মী সভা অনুষ্ঠিত হয়।
উক্ত সভা খনত উপস্থিত থাকে মুখ্য অতিথি হিচাপে ৰাজ্যিক মহিলা শক্তিৰ সভাপতি মিতালি!-->!-->!-->!-->!-->!-->!-->…
Read More...
Read More...
মৈৰাবাৰীত সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান’বাটৰ কবিতা’
মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ 'খাইৰ প্ৰকাশন'ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান 'বাটৰ কবিতা' মৈৰাবাৰী কলেজ ৰোডত 'খাইৰ প্ৰকাশন'ৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হয়।!-->…
Read More...
Read More...
ৰঙিয়া আৰক্ষীৰ জালত স্কুটি চোৰ ।
ৰঙিয়া আৰক্ষীৰ জালত স্কুটি চোৰ ।
ঙিয়া আৰক্ষীয়ে আজি দুজনকৈ স্কুটি চোৰক আটক কৰাৰ লগতে চুৰি হোৱা AS25-G -5155 নম্বৰৰ স্কুটি এখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আটকাধিন চোৰ দুজন হৈছে ৰঙিয়া ২ নং ওৱাৰ্ডৰ আচাদুল আলী আৰু ৰঙিয়া কলমনিৰ হিমাংশু!-->!-->!-->…
Read More...
Read More...
সৰুপথাৰত ৰেল বিভাগৰ ভূমিত চলিল উচ্ছেদ অভিযান …
সৰুপথাৰক আৰ্দশ ৰেল ষ্টেচন হিচাপে গঢ়ি তুলিবলৈ ৰেল বিভাগৰ ভূমিত চলিছে উচ্ছেদ অভিযান । উল্লেখ্য ৰেলৱে ভূমি দখল কৰি থকা লোকসকললৈ ৰেলৱে ভূমি এৰি দিবলৈ পূৰ্বে জাননী প্ৰেৰণ কৰিছিল ৰেল বিভাগে । চাৰিখন জে চি বি ৰে ধনশিৰি মহকুমা প্ৰশাসনৰ সহযোগত ৰেল!-->…
Read More...
Read More...
ধেমাজিত পুৱতি নিশা চাঞ্চল্যকৰ ট্ৰাক হাইজেক।
ধেমাজিত পুৱতি নিশা চাঞ্চল্যকৰ ট্ৰাক হাইজেক ৷ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাকৰ ড্ৰাইভাৰ হেন্দিমেনক ষ্প্ৰে মাৰি লুটি নিলে দহ হেজাৰ টকা ৷ উত্তৰ প্ৰদেশৰ পৰা ধেমাজিলৈ জিঅ’ বেগ কঢ়িয়াই আনিছিল ট্ৰাকখনে ৷ সমগ্ৰ ঘটনা বন্দী চিচি টিভিৰ কেমেৰাত ৷
!-->!-->!-->!-->…
Read More...
Read More...
মাজুলিৰ বিজেপি বিধায়ক ভূৱন গামৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত
মাজুলীৰ বিজেপি বিধায়ক ভূৱন গামৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত। শোনিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দূৰ্ঘটনা ।
গাড়ীখনত বিধায়কগৰাকীৰ লগত আছিল পত্নী আৰু গাড়ীচালক। বিধায়ক গৰাকীক বালিপৰা চিকিৎসালয়ত ভৰ্তি ।
!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
Read More...
Read More...
প্ৰাপ্তিৰ হাঁহি বিৰিঙিল বহলপুৰত
আজি ঘোষণা কৰিলে বন বিভাগৰ ফলাফল । প্ৰাপ্তিৰ হাঁহি বিৰিঙিল বহলপুৰত ।
ধুবুৰী জিলাৰ বহলপুৰৰ তটপাৰা গাঁৱৰ শ্ৰৱণ কুমাৰ ৰায়ে লাভ কৰিলে বন বিভাগত বনৰক্ষীৰ চাকৰি । আৰ্থিক দৈনতাৰ বাবেই উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ দিন হাজিৰা কৰি ফুৰা শ্ৰৱণ!-->!-->!-->…
Read More...
Read More...
অভয়াপুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উত্তাল প্ৰতিবাদ।
তিনি মধ্যাহ্ন ভোজন ৰান্ধনীক প্ৰহাৰ কৰাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী।ডুমুৰীয়া-পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ত এই উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অৰ্ন্তগত ডুমুৰীয়া - পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ৰ!-->…
Read More...
Read More...
মুকালমুৱাৰ বৰতলাত ব্যৱসায়ীক আক্ৰমণ।
মুকালমুৱাৰ বৰতলাত দোকানৰ বাকী সাধিবলৈ যোৱাৰ বাবে এজন ব্যৱসায়ীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আক্ৰমণৰ ফলত ব্যৱসায়ীজন গুৰুতৰভাৱে আহত হৈছে। আহত ব্যৱসায়ী জনৰ নাম চিন্তু বৰ্মন। বৰতলাৰ হাইস্কুল চ'কত থকা কৃষ্ণা নাৰায়ণী ষ্টোৰ নামৰ দোকানখনৰ পৰা নিতুল!-->…
Read More...
Read More...