
ৰাজ্যপাল লক্ষ্মণ আচাৰ্যই অধিসূচনাযোগে ৰাজ্যৰ ৭খন কৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নিযুক্তি
মংগলবাৰ,১৫/০৭/২০২৫: অসম চৰকাৰে সোমবাৰে ৰাজ্যজুৰি নতুনকৈ উন্নীত হোৱা ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য নিযুক্তিৰ কথা ঘোষণা কৰে। ৰাজ্যপাল লক্ষ্মণ আচাৰ্যই অধিসূচনাযোগে ৰাজ্যৰ ৭খন কৈ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ নিযুক্তি।
ৰাজ্যৰ ৭খন ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ …
- শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ মহাদেৱ পাটগিৰিক
- বঙাইগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ তাৰিণী চন্দ্র ডেকাক
- জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ জ্যোতিপ্রসাদ শইকীয়াক
- নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি ড০ হিতেশ ডেকাক
- উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ মুকুল বৰাক
- গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ নিৰঞ্জন ৰয়ক
- কোকৰাঝাৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে নিযুক্তি প্রফেচৰ গণেশ চন্দ্র ৱাৰে