আজি বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস

846

আজি বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস ৷

১৯৯৩ চনৰ বছৰ ৩ মেত আৰম্ভ হোৱা বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱসে আজি সম্পূৰ্ণ কৰিলে ৩০ বছৰ।

কিয় সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস পালন কৰ হয় ? এক কথাত কবলৈ গলে সংবাদ মাধ্যমৰ স্বাধীনতা নিশ্চিত কৰা, আৰু সংবাদ মাধ্যমৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে জনমত গঠন কৰা আৰু কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা সাংবাদিকসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিবৰ বাবে প্ৰতি বছৰ ৩ মে’ তাৰিখে বিশ্ব সংবাদ মাধ্যম স্বতন্ত্ৰতা দিৱস পালন কৰ হয় ।  

Leave A Reply

Your email address will not be published.