আজি ২ বজাত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল।

418

আজি ২ বজাত ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। ফলাফল সন্দৰ্ভত সংবাদমেল সম্বোধন আয়োগৰ। ঘোষণা কৰা হ’ব ১৪ হাজাৰ ২৮১টা পদৰ ফলাফল। ১,৭১৯ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১,৪৯৬ গৰাকী SC, ১৮৬৪জন ST(P), ৭৩১ গৰাকী ST(H), ৬,২৩৬ গৰাকী OBC, ২,২৩৫জন EWS, ৫৪২গৰাকী PWBD, ১২৩জন এক্স ছাৰ্ভিছমেন পদত বাছনি কৰিছে নিযুক্তি আয়োগে।

ঘোষণা আয়োগৰ অধ্যক্ষ বি কল্যাণ চক্ৰৱৰ্তীৰ। ১৪ হাজাৰ ২৮১টা পদৰ ফলাফল ঘোষণা। ছেবাৰ ৱেবছাইটযোগে উপলব্ধ হ’ব ফলাফল।

Leave A Reply

Your email address will not be published.