২০ মে’ৰ পিছত ঘোষণা হ’ব চিবিএছইৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল

1,740

কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদে (চিবিএছই) ২০ মে’ৰ পিছত দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ সম্ভাৱনা আছে। পৰিষদৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰিছে। পৰীক্ষাৰ ফলাফল ঘোষণাৰ জল্পনা-কল্পনাৰ মাজতে পৰিষদৰ তৰফৰ পৰা এই কথা প্ৰকাশ কৰা হৈছে। পৰিষদে কয় – চিবিএছই দশম আৰু দ্বাদশ শ্ৰেণীৰ ফলাফল ২০ মে’ৰ পিছত ঘোষণা কৰাৰ সম্ভাৱনা আছে। দুয়োটা শ্ৰেণীৰ বাবে ব’ৰ্ড পৰীক্ষা ফেব্ৰুৱাৰী-এপ্ৰিলৰ মাজত অনুষ্ঠিত হৈছিল।

Leave A Reply

Your email address will not be published.