
গোৱালপাৰাৰ পাইকানত ভয়ংকৰ পৰিস্থিতি,আৰক্ষীৰ গুলিত এজন উচ্ছেদিত
বৃহস্পতিবাৰ,১৭/০৭/২০২৫:গোৱালপাৰা পাইকানত ভয়ংকৰ পৰিস্থিতি
- গোৱালপাৰাৰ পাইকানত ভয়ংকৰ পৰিস্থিতি,আৰক্ষীৰ গুলিত এজন উচ্ছেদিত
- আৰক্ষীৰ গুলীচালনাত নিহত লোকজন চাকোৱাৰ হুছেইন
- সংঘাতত আহত এজন আৰক্ষীও
- আৰক্ষীৰ গুলিত আহত কুটুবুদ্দিন শ্বেখ নামৰ আন এজন লোক
- সংকটজনক অৱস্থাত কুটুবুদ্দিনক জিএমচিএইচলৈ প্ৰেৰণ
- পুৱা আৰক্ষী-বন বিভাগৰ সৈতে সংঘাত হৈছিল উচ্ছেদিতৰ
- পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে শূণ্যলৈ গুলীচালনা কৰিছিল আৰক্ষীয়ে