Skip to content
Gana Adhikar

Gana Adhikar

An Assamese Newspaper

Primary Menu
  • মুখ্য পৃষ্ঠা
  • EPAPER
  • আন্তঃৰাষ্ট্ৰীয়
  • ক্ৰীড়া
  • গুৱাহাটী
  • বিনোদন
  • ৰাষ্ট্ৰীয়
  • সম্পাদকীয়
  • স্থানীয়
  • জীৱন শৈলী
  • ৰাজনীতি
  • More
    • শিক্ষা-প্ৰযুক্তি
    • ব্যৱসায়-বাণিজ্য
Video
  • Home
  • গুৱাহাটী
  • মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে ৰৈ আছে শুভবাৰ্তা, কন্যা-সিংহৰ প্ৰেমৰ সম্পৰ্ক ভাল…জানো আহক আজিৰ ৰাশিফল – DAILY HOROSCOPE
  • গুৱাহাটী
  • জীৱন শৈলী

মেষ ৰাশিৰ জাতক-জাতিকাৰ বাবে ৰৈ আছে শুভবাৰ্তা, কন্যা-সিংহৰ প্ৰেমৰ সম্পৰ্ক ভাল…জানো আহক আজিৰ ৰাশিফল – DAILY HOROSCOPE

admin April 12, 2025
1200-675-23944056-thumbnail-16x9-horos

জ্যোতিষশাস্ত্ৰৰ মতে জানি লওক আজিৰ দিনটো আপোনাৰ বাবে কিমান ভাল বা বেয়া হ’ব ? কি কি কৰিব, কি কি নকৰিব ?

মেষ ৰাশি :
শুভবাৰ্তা লাভ কৰিব । আজি প্ৰায় সফল হʼব ৷ বহুতো ব্যক্তি লগত সংযোগ হʼব ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেম সম্পর্কক মনোযোগ দিব ৷ প্ৰশংসা লাভ হʼব ৷
বৃষ ৰাশি :
পেশাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷ নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, ব্যৱসায় বৃদ্ধিত লাভ হʼব ৷ কৰ্মত অধিক ব্যস্ত হʼব পাৰে ৷ কঠোৰ পৰিশ্ৰমৰ ফল লাভ ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷
মিথুন ৰাশি :
বিভিন্ন ধৰণৰ চিন্তা হ’ব পাৰে ৷ যাৰ ফলত মনত দুবিধাৰ সৃষ্টি হ’ব ৷ মনোযোগিতাৰ অভাবে দেখা দিব ৷ কৰো লগত তৰ্ক নকৰিব, বিশেষকে মাতৃ আৰু আৰু মহিলা বন্ধুৰ লগত সম্পৰ্ক ৰক্ষা কৰি চলিব ৷ ভ্ৰমণৰ যোগ, কিন্তু ভ্ৰমণ এসপ্তাহৰ বাবে বাতিল কৰক, পানীৰ পৰা অলপ সাৱধান ৷
কৰ্কট ৰাশি :
টকা-পইচা খৰচ বৃদ্ধি হʼব পাৰে ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ কার্য বন্ধ কৰি আৰাম কৰিব পাৰে ৷
সিংহ ৰাশি :
দিনটো এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে ৷ ইয়াৰ প্ৰভাৱ কাৰ্যত পৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল নাপাবও পাৰে ৷ আবেলি সৰু যাত্রা হʼব পাৰে ৷ কার্য কর্ম বন্ধ কৰি আৰাম কৰিব পাৰে ৷ জীৱনত ভাল বন্ধু লাভ ৷ প্ৰেমৰ সম্পর্ক ভাল হʼ ৷

কন্যা ৰাশি :
আজি নিজৰ নম্ৰ ব্যৱহাৰ আৰু মিঠা মাতেৰে সকলোকে মুগ্ধ কৰি দিব । বিভিন্ন ফালৰ পৰা উপকৃত হ’ব । বৌদ্ধিকভাৱে আপোনাৰ উন্নতি হ’ব । চিন্তাধাৰাবোৰ সলনি হ’ব । শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালে থাকিব । আপোনাৰ বাবে কিছু সু-সংবাদ অপেক্ষা কৰি আছে । সুখী পৰিয়াল লৈ থাকিব ।
তুলা ৰাশি :
কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ যুক্তিসূত্ৰ আৰু চিন্তাধাৰাবোৰৰ সৈতে যুঁজিবলৈ চেষ্টা কৰিব ৷ খেলিমেলি হʼব পাৰে ৷ কৰ্মক ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব ৷
বৃশ্চিক ৰাশি :
আজি আপুনি প্ৰায় সফল হʼব ৷ প্ৰশংসা লাভ ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ পদোন্নতি হʼব পাৰে ৷
ধনু ৰাশি :
নতুন গ্ৰাহক লাভ কৰিব ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ যিজনে ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব । খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷ ইয়াৰ প্ৰভাৱ কাৰ্ম জীৱনত পৰিব ৷ শান্ত হৈ কর্ম কৰক ৷
মকৰ ৰাশি :
নিজৰ ব্যক্তিগত জীৱনত মনোযোগ দিব ৷ খেলিমেলি হʼব পাৰে ৷ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ শান্ত হৈ থাকক ৷ প্ৰেমৰ সম্পর্কই ব্যক্তিগত জীৱনত প্ৰভাৱ পেলাব ৷ পৰিয়াল উপাসনাত কেতিয়াও বাধা আহিবলৈ নিদিব ৷ পৰিয়ালক ভালদৰে যত্ন লোৱাৰ বাবে প্ৰশংসা লাভ কৰিব ৷ আবেলি কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷
কুম্ভ ৰাশি :
শান্ত হৈ কর্ম কৰক ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব ৷ লক্ষ্যত সফল ৷
মীন ৰাশি :
দিনটো ভাল ৷ পৰিয়ালৰ লগত সম্পর্ক ভাল ৷ প্ৰেমত শুভ ৷ নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক ৷ লক্ষ্যত সফল ৷ আজি কঠোৰ কাৰ্যও অতি সহজতে কৰি পাৰিব ৷

About The Author

admin

See author's posts

Post navigation

Previous: প্ৰথম মেচতে ব্যৰ্থ অধিনায়ক ধোনী ! ৮ উইকেটত জয় কলকাতা নাইট ৰাইডাৰ্ছৰ – IPL 2025
Next: লেখাপানীত প্ৰয়াত ছাত্ৰ নেতা প্ৰদীপ নাগৰ শ্ৰদ্ধাঞ্জলি চাহ জনজাতি ছাত্ৰ সন্থা টিৰাপ জাগুন উপ শাখা সমিতিৰ ।

Related Stories

ইউ পি পি এলৰ প্ৰথমখন প্রার্থীতালিকা ঘোষণা
  • গুৱাহাটী
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়

ইউ পি পি এলৰ প্ৰথমখন প্রার্থী তালিকা ঘোষণা

Bondita Das August 23, 2025
মুকালমুৱাৰ পেৰাধৰাত বিদ্যুৎ স্পৃষ্ট হৈ এজনৰ মৃত্যু
  • More
  • Uncategorized
  • জীৱন শৈলী
  • স্থানীয়

মুকালমুৱাৰ পেৰাধৰাত বিদ্যুৎ স্পৃষ্ট হৈ এজনৰ মৃত্যু

Bondita Das August 23, 2025
বৰক্ষেত্ৰীৰ দৌলাশালত ন-জনকৈ চাইবাৰ অপৰাধীক আটক
  • More
  • Uncategorized
  • গুৱাহাটী
  • ৰাষ্ট্ৰীয়

বৰক্ষেত্ৰীৰ দৌলাশালত ন-জনকৈ চাইবাৰ অপৰাধীক আটক

Bondita Das August 23, 2025

Recent Posts

  • ইউ পি পি এলৰ প্ৰথমখন প্রার্থী তালিকা ঘোষণা
  • মুকালমুৱাৰ পেৰাধৰাত বিদ্যুৎ স্পৃষ্ট হৈ এজনৰ মৃত্যু
  • বকোৰ বন্দাপাৰাত চলি আছে ৪১ সংখ্যক ছহিদ ট্ৰফী ফুটবল প্ৰতিযোগিতা
  • বৰক্ষেত্ৰীৰ দৌলাশালত ন-জনকৈ চাইবাৰ অপৰাধীক আটক
  • ‘বাংলাদেশীৰ পক্ষ আমছুৱে কেতিয়াও লোৱা নাই,বাংলাদেশীৰ পক্ষ লৈছে বিজেপি চৰকাৰে’

Recent Comments

No comments to show.

You may have missed

ইউ পি পি এলৰ প্ৰথমখন প্রার্থীতালিকা ঘোষণা
  • গুৱাহাটী
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়

ইউ পি পি এলৰ প্ৰথমখন প্রার্থী তালিকা ঘোষণা

Bondita Das August 23, 2025
মুকালমুৱাৰ পেৰাধৰাত বিদ্যুৎ স্পৃষ্ট হৈ এজনৰ মৃত্যু
  • More
  • Uncategorized
  • জীৱন শৈলী
  • স্থানীয়

মুকালমুৱাৰ পেৰাধৰাত বিদ্যুৎ স্পৃষ্ট হৈ এজনৰ মৃত্যু

Bondita Das August 23, 2025
বকোৰ বন্দাপাৰাত চলি আছে ৪১ সংখ্যক ছহিদ ট্ৰফী ফুটবল প্ৰতিযোগিতা
  • More
  • Uncategorized
  • ক্ৰীড়া
  • স্থানীয়

বকোৰ বন্দাপাৰাত চলি আছে ৪১ সংখ্যক ছহিদ ট্ৰফী ফুটবল প্ৰতিযোগিতা

Bondita Das August 23, 2025
বৰক্ষেত্ৰীৰ দৌলাশালত ন-জনকৈ চাইবাৰ অপৰাধীক আটক
  • More
  • Uncategorized
  • গুৱাহাটী
  • ৰাষ্ট্ৰীয়

বৰক্ষেত্ৰীৰ দৌলাশালত ন-জনকৈ চাইবাৰ অপৰাধীক আটক

Bondita Das August 23, 2025
Copyright © All rights reserved. | MoreNews by AF themes.