
কাছাৰ'ৰ গুমৰা ৰাজপুৰতত ভয়ংকৰ পথ দুৰ্ঘটনা
কাটিগড়া: কাছাৰ’ৰ গুমৰা ৰাজপুৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰাজপুৰ পুৰ্থ পথত এখন আটো আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা।দুর্ঘটনাৰ ফলত আহত হৈছে কেইবাজনো লোক। লগে লগে স্থানীয় ৰাইজে আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে।বর্তমানে তেওঁলোক চিকিৎসালয়ত ভৰ্তী আছে বুলি জানিব পৰা গৈছে।