
বহু জল্পনা-কল্পনাৰ অন্তত গঠন হল দৰং জিলা পৰিষদ
ৱেবডেস্ক: মহিলাৰ বাবে সংৰক্ষিত ১২ খন আসন যুক্ত দৰং জিলা পৰিষদত সভানেত্ৰী হিচাপে শেৱালী গোস্বামী কলিতা আৰু উপ-সভানেত্ৰী হিচাপে পৰিস্মিতা নাথ নিৰ্বাচিত হয়। বিজেপি দলৰ মঙ্গলদৈ হাউলী জিলা পৰিষদৰ পৰা শেৱালী গোস্বামী কলিতা আৰু কুৰুৱা-হাজৰিকা পাৰা জিলা পৰিষদৰ পৰা পৰিস্মিতা নাথ নিৰ্বাচিত হৈছিল। আজি দৰং জিলা পৰিষদত নিৰ্বাচন প্ৰক্ৰিয়াৰ দ্বাৰা নিৰ্বাচিত হয় দুয়ো গৰাকী।