Browsing Tag

accident

মাজুলিৰ বিজেপি বিধায়ক ভূৱন গামৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত

মাজুলীৰ বিজেপি বিধায়ক ভূৱন গামৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত। শোনিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দূৰ্ঘটনা । গাড়ীখনত বিধায়কগৰাকীৰ লগত আছিল পত্নী আৰু গাড়ীচালক। বিধায়ক গৰাকীক বালিপৰা চিকিৎসালয়ত ভৰ্তি ।

পৰিবহন নিগমৰ বাছ আস্থানত ভয়ংকৰ ঘটনা

ধুবুৰীত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত ভয়ংকৰ ঘটনা।As 01 PC 7197 নম্বৰৰ আমীৰ জান নামৰ গাড়ীৰ চালক আৰু হেন্ডিমেনে মিলি হত্যা কৰিলে এজনক।ৰাচিদুল ইছলাম নামৰ এজন ASTC ৰ অস্থায়ী কৰ্মচাৰীক হত্যা। ৰাচিদুল ইছলাম ASTC ৰ গাড়ী ধোৱা কাম