স্বামীৰ অনুপস্থিতিত সদায়ে যায় ঘৰলৈ, এতিয়া হেলমেটৰ আঁৰত মুখ ঢাকি গৈছে থানালৈ

যোৰহাট, 8 মে’ : অবৈধ সম্পৰ্কৰ জোৱাৰ আজিকালি চাৰিওফালে ৷ কি নাৰী, কি পুৰুষ - সকলো সমান ৷ ক্ৰমাৎ যেন বাঢ়ি আহিছে এই ধৰণৰ খবৰ ৷ ইজনে সিজনৰ পৰা আঁতৰি যোৱাৰ প্ৰৱণতা বৃদ্ধি পাইছে আজিকালি মানুহৰ মাজত ৷ কলিযুগত ফোনটোৱে যেন কলি তেনে ভাব হয় কেতিয়াবা

কেনে প্ৰতিনিধি লাগে আমাক?

প্ৰমোদ চেতিয়া। গুৱাহাটী। এনে প্ৰতিনিধিৰ আছে নে প্ৰয়োজন?যিজনে ধৰ্ম,ভাষা, গোষ্ঠিৰ নামত সমাজক কৰে বিভাজন।এনে প্ৰতিনিধিৰ আছে নে প্ৰয়োজন?যি সমাজত বিভেদ সিচিঁ পৰিৱেশ কলুষিত কৰে।এনে প্ৰতিনিধি আছে নে প্ৰয়োজন ?যিয়ে স্বাৰ্থ সিদ্ধি কৰি

বিহুৰ,অতীত আৰু বৰ্তমানএক চমু অৱলোকন। (প্ৰৱন্ধ)

বিহুক অসমৰ আৰু অসমীয়াৰ জাতীয় উৎসৱ বুলি গণ্য কৰা হয়। অসমত বসবাস কৰা জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে একেলগে উদযাপন কৰা এটা প্ৰধান উৎসৱ হৈছে ৰঙালী বিহু বা ব'হাগ বিহু।অসমৰ বিহুক প্ৰধান কৈ কৃষি ভিত্তিক উৎসৱ বুলি কোৱা হয়।বিহু অসম আৰু অসমীয়াৰ

নগাঁও জিলাৰ জাজৰি মাজগাৱত সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰা হয় গোসাঁই উলিওৱা মেলা।

নগাঁও, ৪ মে': নগাঁও জিলাৰ জাজৰি মাজগাৱত সাতামপুৰুষীয়া পৰম্পৰা ৰক্ষা কৰি গাওঁবাসী ৰাইজে উদযাপন কৰে গোসাঁই উলিওৱা মেলা।পৰম্পৰা ৰক্ষা কৰি দিনজোৰা কাৰ্যসূচীৰে পালন কৰি এই গোসাঁই উলিওৱা মেলা। পৰম্পৰা অনুসৰি জাজৰি মাজগাৱৰ পৰা ডেকা ৰজা বিৰেন

কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে’ ঘোষণা

কামৰূপ মহানগৰ, ৪ মে':অহা ৭ মে' ত অনুষ্ঠিতব্য ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা আয়ুক্তই ৫ মে'ৰ আবেলি ৫ বজাৰ পৰা ৭ মে'ৰ আবেলি ৫ বজালৈ কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে' ঘোষণা কৰিছে। এই সময়ছোৱাত জিলাখনত সুৰা

বাবা’ৰ মিউজিকেল মাৰাথন: ৩০ দিনীয়া গীতৰ চেলেঞ্জ

বাবা'ৰ ৩০ দিনীয়া গীতৰ চেলেঞ্জ প্ৰদৰ্শন গুৱাহাটী: ইণ্ডি সংগীতৰ গতিশীল পৃথিৱীত উদাৰ শৈলী আৰু বহু-বাদ্যযন্ত্ৰৰ প্ৰতিভাৰ বাবে জনাজাত বাবা'ই এক ৩০ দিনীয়া গীতৰ চেলেঞ্জ কৰে। যি কেৱল তেওঁৰ বহুমুখী প্ৰতিভাই নহয়, তেওঁৰ শিল্পকলাৰ প্ৰতি তেওঁৰ

কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন

ডিজিটেল ডেস্কঃ কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসম্পৰ্কৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ সহযোগত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়৷ অতিৰিক্ত জিলা আয়ুক্ত ড。ধ্ৰুৱজ্যোতি হাজৰিকাৰ সভাপতিত্বত এই

ফটাশিল আমবাৰীৰ হৰিজন কলনীৰ আৱাসীসকলৰ সৈতে দীপাৱলী উদযাপন মন্ত্ৰী অশোক সিংহলৰ

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি পৱিত্ৰ দীপাৱলীৰ ভক্তিমধুৰ ক্ষণত মহানগৰীৰ ফটাশিল আমবাৰীৰ হৰিজন কলনীত উপস্থিত হৈ কলনীত বসবাস কৰা গুৱাহাটী পৌৰ নিগমৰ চাফাইকৰ্মীসকলৰ সৈতে

বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে জিএনআৰচি হাস্পতালৰ উদ্যোগত জন সচেতনতা সভা

শ্বাকিল আহমেদ,গুৱাহাটীঃ বিশ্ব ষ্ট্ৰ'ক দিৱস উপলক্ষে জন সচেতনতা সৃষ্টিৰ উদ্দেশ্যে জিএনআৰচি হাস্পতালৰ দিছপুৰ চৌহদত শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত জিএনআৰচি ষ্ট্ৰ'ক কেয়াৰ দলটো উপস্থিত থাকে আৰু তেওঁলোকে ৰাইজক সুস্থ আৰু সবলভাৱে

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাম কাজৰ পৰ্যালোচনা ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ

ডিজিটেল ডেস্ক, গণ অধিকাৰঃ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই মঙলবাৰে ৰাজভৱনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিভিন্ন কাৰ্যসূচী তথা উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত