Browsing Tag

Barpeta Road

বৰপেটাৰোডত ৰাজ সাহায্যযুক্ত কলা সাৰৰ বিৰুদ্ধে বৃহৎ আৰক্ষীৰ অভিযান

আমিনুল হক, বৰপেটা ৰোডঃ বৰপেটা-বাক্সা আৰক্ষীৰ অভিযানত বৰপেটাৰোডৰ ৰাজু পথৰ গুদামৰ পৰা উদ্ধাৰ হাজাৰ হাজাৰ বস্তা ইউৰিয়া আৰু ডি এ পি আদিকৰি ৰাজসাহায্যযুক্ত কলা সাৰ। বাক্সা শালবাৰী মহকুমা আৰক্ষী বিষয়া নিলোৎপল শইকীয়াৰ নেতৃত্বত চলা অভিযানত জব্দ