Browsing Tag

death

পিতৃৰ দাৰ ঘাপত প্ৰাণ গ’ল কিশোৰ কনিষ্ঠ পুত্ৰৰ |

সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰাতো আইন শৃংখলাৰ ব্যাপক অৱনতি ঘটিছে | শিৱসাগৰৰ নাজিৰা হুদুপাৰা চেতিয়া গাঁৱত আজি এক নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে | পিতৃৰ দাৰ ঘাপত প্ৰাণ গ'ল কিশোৰ কনিষ্ঠ পুত্ৰৰ | পিতৃ যোগেন চেতিয়াই হত্যা কৰিলে নিজা পুত্ৰক |

“এয়া আকাশবাণী, বাতৰি পঢ়িছোঁ হিৰণ দত্তই……” আৰু নাই হিৰণ দত্ত ।

অৱসৰপ্ৰাপ্ত বাতৰি পৰিৱেশক হিৰণ দত্তৰ দেহাৱসান৷ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হিৰণ দত্তৰ ৷ "এয়া আকাশবাণী, বাতৰি পঢ়িছোঁ হিৰণ দত্তই......" এসময়ত সুদূৰ দিল্লী আকাশবাণী কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি পৰিৱেশন কৰা হিৰণ দত্ত আৰু আমাৰ মাজত নাই ।