Browsing Tag

garlic

এই চাৰিটা সমস্যা থাকিলে কেতিয়াও নহৰু নাখাব, অধিক জানক পঢ়ক ।

সাধাৰণতে প্ৰতিটো পাকঘৰতে নহৰু খাদ্য সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয়। বহুতে নহৰু খায় ইয়াৰ উপকাৰিতাৰ বাবে। নহৰু খোৱাৰ উপকাৰিতাৰ বিষয়ে বহুতে নিশ্চয় বহুত শুনিছে। কিন্তু কিছুমান ক্ষেত্ৰত নহৰুৱে শৰীৰৰ বহু ক্ষতি কৰিব পাৰে। হয়তো বহুতে এই কথা