Browsing Tag

international

“জো বাইডেন ভৱিষ্যদ্বাণী নথকা এজন বুঢ়া মানুহ”

উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ ভগ্নী তথা ৰাজনীতিবিদ কিম যো জঙে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনক লৈ আপত্তিজনক মন্তব্য কৰিছে। তেওঁৰ মতে, বৰ্তমানৰ আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকী হৈছে “ভৱিষ্যদ্বাণী নথকা এজন বুঢ়া মানুহ”। এক প্ৰতিবেদনত দেশখনৰ