Browsing Tag

Kamrup(M)

কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত ‘দেশভক্তি দিৱস’ পালন

ডিজিটেল ডেস্ক, গণ অধিকাৰঃ কামৰূপ (মহানগৰ) জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত 'দেশভক্তি দিৱস' পালন কৰি স্বাধীনতা সংগ্ৰামী তৰুণৰাম ফুকনক তেখেতৰ মৃত্যুতিথিত স্মৰণ কৰা হয়৷