Browsing Tag

Meghalaya

উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন মাল্টি স্পেচিয়েলিটি আয়ুৰ্বেদিক হাস্পতাল ‘উহান’ উদ্বোধন

ন মাইল, খানাপাৰা, ৰি ভোই, ২৪ আগষ্টঃ ইউনিভাৰ্ছিটি হাস্পতাল অৱ আয়ুৰ্বেদ এণ্ড নেচাৰোপেথী (উহান), উত্তৰ-পূব ভাৰতৰ আগশাৰীৰ মাল্টি স্পেচিয়েলিটি আয়ুৰ্বেদিক হাস্পতাল আজি ইউ এছ টি এম চৌহদত আনুষ্ঠানিকভাৱে মুকলি কৰে মেঘালয়ৰ স্বাস্থ্য আৰু পৰিয়াল