Browsing Tag

Ranbir Kapoor

অনুষ্ঠানত গৰম কফি পেণ্টত পৰাৰ পিছতো খং নুঠিল অভিনেতা ৰণবীৰ কাপুৰৰ…

অভিনেতা হিচাপে আৰু মানুহ হিচাপে ৰণবীৰ অতুলনীয়। তথাকথিত নিৰৱ মানুহ হিচাপে তেওঁৰ ডাঙৰ খ্যাতি আছে। সদায় নিজকে মাৰ্জিত কৰি ৰাখে ৰণবীৰে। শুকুৰবাৰে এটা অনুষ্ঠানলৈ গৈছিল ৰণবীৰ আৰু মাতৃ নীতু সিং। অনুষ্ঠানত গৰম কফি পেণ্টত পৰাৰ পাছতো খং উঠা