Browsing Tag

srk

চেলফি তুলি নিদিলে তাৰ পৰা মুক্তি নাপাব ! শ্বাহৰুখক খানৰ সৈতে ফটো তুলিবলৈ হেতা- ওপৰা অনুৰাগীৰ ।

শুকুৰবাৰে শ্বাহৰুখ খানক শ্ৰীনগৰৰ বিমানবন্দৰত দেখা গৈছিল। সেই সময়ত সহযাত্ৰীসকলে শ্বাহৰুখ খানক ঘেৰি ধৰিছিল। ইণ্টাৰনেটত ভাইৰেল হৈছে এটা ভিডিঅ’, য’ত দেখা গৈছে যে এছ আৰ কেক চেলফি লোৱাৰ বাবে সকলোৱে গোট খুৱাইছে। যেন অভিনেতাজন ৰাজহুৱা অৰণ্যত