
কাইটীয়া তাঁৰ পাৰ হৈ ভাৰতত প্রবেশ কৰা বাংলাদেশীৰ অবাধ বিচৰণ
ৱেব ডেস্ক: সমগ্র দেশত বাংলাদেশীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰা হৈছে। বাংলাদেশী সমস্যাৰে পূর্বে অসম ভাবাত্রবন্ত হৈ আছিল। কিন্তু আজি সময় দেশলৈ বিয়পিছে বাংলাদেশী সমস্যা। যাৰ ফলত এতিয়া সমগ্র দেশ জুৰি বাংলাদেশীধ বিকদ্ধে অভিযান চলোবা হৈছে। বাজধানী দিল্লীও ইয়াৰ পৰা হাত সাৰি যোমা নাই। দেশৰ সকলো প্রান্ততে বাংলাদেশীৰ বিৰুদ্ধে অভিযান তীব্রতব কবি তোলা হৈছে। এই ক্ষেত্রত ধর্মীয় সংখ্যালঘুৰ উপৰি বাংলাভাষী লোকসকল সংকটত পৰিছে। বাংলাভাষী লোক দেখিলেই এতিয়া বাংলাদেশী বুলি সন্দেহ কৰা হৈছে।
ইয়াক লৈ এতিয়া মমতা বেনার্জী সৰব হৈ পৰিছে। তেওঁ অভিযোগ তুলিছে যে এতিয়া বাংলাদেশী বুলি বঙালী লোকসকলক হানাশান্তি চলোৱা হৈছে। এয়া সহ্য কৰা নহ’ব। এক কথাত এতিয়া সমগ্র দেশত বাংলাদেশীৰ ভূতে খেদিছে। কিন্তু তেনে সময়তে সীমান্ত অতিক্রম কৰি অসমত বাংলাদেশীৰ প্রবেশ অব্যাহত আছে। যি সময়ত বাংলাদেশীৰ বিৰুদ্ধে বৃহৎ অভিযান চলাই থকা হৈছে,তেনে সময়ত দৈনিক সীমান্ত অতিক্রম কবি বাংলাদেশীয়ে অসমত প্ররেশন চেষ্টা চলাই আছে।
কালি দক্ষিণ শালমাৰাৰ মানকাচৰ সীমান্তৰে আঠ বাংলাদেশীয়ে অবৈধভাৱে অসমত প্রবেশ কৰাৰ চেষ্টা চলোৱাৰ সময়ছোবাতে আটক কৰে। হাটশিঙিমাৰীৰ ফেকামাৰীৰ পৰা আটক কৰা হৈছে বাংলাদেশীকেইজনক। বাংলাদেশৰ বাজশাহী জিলাৰ পৰ্য অবৈধভাবে প্রবেশ কৰি ভাৰতৰ বিভিন্ন প্রান্তত কাম কৰিছিল বাংলাদেশী নাগৰিককেইজন। দীর্ঘদিন ভাৰতত থকাৰ পিছত দক্ষিণ শালমাৰা-মানকাচৰ জিলাব আন্তঃবাষ্ট্রীয় সীমান্তয়েদি বাংলাদেশলৈ যোৱাৰ পৰিকল্পনা কৰিছিল বাংলাদেশীকেইগৰাকী। দক্ষিণ শালমাৰা-মানকাচৰ জিলা আৰক্ষী আৰু বি এছ এফন যৌথ অভিযানত পুৱতিনিশা আটক কৰা হয় বাংলাদেশীকেইজনক। অসমৰ লগতে ভাৰতবর্ষৰ আন বাজ্যক-নিভিন্ন প্রান্তত কাম কৰি বাংলাদেশলৈ উভতি যোৱাৰ সময়ত পুৱতিনিশা ফেকানাধীন পধা বাংলাদেশীকেইজনক আটক কৰে। বাংলাদেশীকেইজনক সহায় কৰা দুই ভাৰতীয় দালালকো আটক ওদিয়ে আৰক্ষীয়ে।
জিলাখনৰ নান্দিয়া গাঁৱৰ নূৰল ইছলাম আৰু আন এজন বৰবিলা গাঁৱৰ খাইকল ইছলাম। ভাবতীয় দালাল দুজনে এএছ-০১ এফ ইউ-১৭৭৯ নম্বৰৰ বলেবো বাহনেবে বাংলাদেশী নাগৰিক আঠঁজনক হাটশিঙিমাৰী ভাবত-বাংলাদেশ সীমান্তলৈ লৈ যোৱাৰ সময়ত গোপন সুত্রৰ পম খেদি সীমান্তবন্ধী বাহিনী আৰু জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্রতাপ দাসৰ নেতৃত্বত আৰক্ষী আদ সীমান্তরক্ষী বাহিনীর দল এটাই যৌথ অভিযান চলাই বাংলাদেশী নাগৰিককেইজনক আটক কৰে।
আটকাধীন ৮ জন বাংলাদেশী ক্রমে বাজশাহী জিলাব কেশ্বাবপুৰ গাঁৱৰ মুজিবৰ ৰহমানৰ পুত্র মোঃ নাদিম ইছলাম (৩৬), মানিকচৰ গাঁৱৰ চৰিফুল ইছলামন পুত্র দুলাল হক (৩০), মানিকচাৰী গাঁৱৰ ওমৰ আলীৰ পুত্র আব্দুল হামিদ (২২) কুন্দলীয়া গাঁৱৰ ইউচুপ আলীব পুত্র মোবস্থালিম ইছলাম (২২), হোমবাহ গাঁৱৰ মতিয়ব বহমানৰ পুত্ৰচাৰিফুল ইছলাম, মধ্যচৰ গাঁৱৰ নজৰুল ইছলামৰ পুত্র মোঃ নিয়াজ (২২), একেখন ডিলাবে ছাল্লাই থানাৰ অন্তর্গত দেবনগৰ গাঁৱৰ আনাকলৰ পুত্র মোহাম্মদ বাবেল (২৫), গোয়াগাৰী থানাৰ অন্তর্গত কেশ্বাবপুৰ গাঁৱৰ ছপিকুল ইছলামৰ পুত্র তারেক আলী (২৬) বুলি আবন্ধীর সূত্রে জানিব পৰা গৈছে। বাংলাদেশী নাগৰিককেইজনক হইশিডীমাৰী ভাৰত-বাংলা সীমান্তব শিশুমাবা বিএদ্ধএফ কেম্পত সোধা-পোছা কবে। বি এছ এফন সোধা-পোমাদ অন্তত দক্ষিণ শালমানা-মানকাচৰ জিলা আৰক্ষী অধীক্ষকৰ কার্যালয়লৈ আনি তদন্ত কবি বিভাগীয় নীতি-নিয়মৰ শেষত পুনৰ দি এছ এফক গতাই দিয়া হয়।