
ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ,ব্যর্থ বনবিভাগ
ৱেব ডেস্ক: ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে হাতী মানুহৰ সংঘাত ব্যর্থ হৈ হৈছে নিৰ্মূৰ্ল কৰাত বনবিভাগ। ৰাজ্যৰ বিভিন্ন পান্তৰ লগতে নগাওঁ জিলাৰ চামগুৰিটো অব্যাহত আছে হাতী মানুহৰ সংঘাট । যোৱা নিশা অহা ৪ জনীয়া বনৰীয়া হাতীৰ জাকে চামগুৰিৰ গেন্ধলী বেবেজীয়া আদৰ্শ গাঁৱত উপদ্ৰপ চলাই টচ নছ কৰে ঘৰ-দুৱাৰ । বছৰৰ আৰম্ভণিতে খাদ্যৰ সন্ধানত নামী অহা বন্যহাতীৰ যাকে গাঁও খনত বসতি হিচাপে লৈ গাঁও খনৰ লগতে চামগুৰি ৰ বিভিন্ন অঞ্চলত উপদ্রপ চলাই আহিছো।
উল্লেখযোগ্য যে বিগত দহ বাৰ বছৰে গেন্ধালি গাঁও খনৰ লোকে ভোগী আহিছে যমৰ জাতনা। কিন্তু ব্যৰ্থ বনবিভাগ, আনহাতে ভোক্তভোগীৰ কান্দোন “আজি ৭ বছৰে মোৰ ধান খেতি দৰা খাই আছে । বনবিভাগক জনাইছোঁ যদিওঁ ভৰণ পোষণ পোৱা নাই । খেতি নকৰোঁ চাহ অকণ বনাই খাবলৈ ঘৰ নাই, মানুহ কেইটা মাৰি পেলোৱা হয় ভাল পালোঁ হয়।”