
যোৰহাটত যৌনতাৰ ঘাটি অৱৈধ HOME STAY
যোৰহাট: যোৰহাট আৰক্ষীৰ চকুত ধুলি দি কেনেকৈ কাঠ ফুলাৰ দৰে গঢ়ি উঠিছে অৱৈধ হোম ষ্টে । বিজেপি নেতা জৈনক হাতীবৰুৱা ঘনিষ্ঠ ৰঞ্জন খাউণ্ড নামৰ অজন্তা বাইপাছত অৱস্থিত HOME STAY যৌনতাৰ বেহা। অজন্তা বাইপাছত অৱস্থিত HOME STAY ত আৰক্ষীৰ মেনেজৰে চলিছিল নেকি এই নাৰী দেহ ৱ্যৱসায়। স্থানীয় সচেতন নাগৰিক ,স্থায়ীলোকে ছিলভাৰ ক্লাউড HOME STAY বিৰোধিতা কৰা পিছতো আৰক্ষীয়ে প্ৰথমে কোনোধৰণৰ গুৰুতৰ প্ৰদান কৰা নাছিল। অৱশেষত আজি আৰক্ষীয়ে আটক কৰে নাৰীদেহ ৱ্যৱসায় চলোৱা ছিলভাৰ ক্লাউড HOME STAY স্বতাধিকাক ।