শৃংখল চলিহাৰ ঘৰ ঘেৰাও আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ

625

ডিজিটেল ডেস্কঃ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক বৰ্তমান সময়ত গৃহবন্দী কৰি ৰখা হৈছে। শৃংখল চলিহাৰ ঘৰ ঘেৰাও আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ। চলিহাই কয় যে, জেললৈ যাবলৈ সাজু, কিন্তু অনা অসমীয়াৰ চৰ গোৰ সহ্য কৰা নহ’ব।উল্লেখ্য যে এজেৱা চিপিৰ মাহমৰা আঞ্চলিকৰ সম্পাদক লক্ষী দাস পানিকাৰক প্ৰহাৰ কৰা ঠিকাদাৰ নিৰ্মল মূৰেক ধমক দিছিল শৃংখল চলিহাই। ইয়াৰ পাছতেই আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে ঘেৰাও কৰে শৃংখল চলিহাৰ ঘৰ।  

Leave A Reply

Your email address will not be published.