Browsing Tag

Assam

ফটাশিল আমবাৰীৰ হৰিজন কলনীৰ আৱাসীসকলৰ সৈতে দীপাৱলী উদযাপন মন্ত্ৰী অশোক সিংহলৰ

ডিজিটেল ডেস্কঃ ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি পৱিত্ৰ দীপাৱলীৰ ভক্তিমধুৰ ক্ষণত মহানগৰীৰ ফটাশিল আমবাৰীৰ হৰিজন কলনীত উপস্থিত হৈ কলনীত বসবাস কৰা গুৱাহাটী পৌৰ নিগমৰ চাফাইকৰ্মীসকলৰ সৈতে

বিশ্ব ষ্ট্ৰ’ক দিৱস উপলক্ষে জিএনআৰচি হাস্পতালৰ উদ্যোগত জন সচেতনতা সভা

শ্বাকিল আহমেদ,গুৱাহাটীঃ বিশ্ব ষ্ট্ৰ'ক দিৱস উপলক্ষে জন সচেতনতা সৃষ্টিৰ উদ্দেশ্যে জিএনআৰচি হাস্পতালৰ দিছপুৰ চৌহদত শনিবাৰে এখন সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত জিএনআৰচি ষ্ট্ৰ'ক কেয়াৰ দলটো উপস্থিত থাকে আৰু তেওঁলোকে ৰাইজক সুস্থ আৰু সবলভাৱে

সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ কাম কাজৰ পৰ্যালোচনা ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াৰ

ডিজিটেল ডেস্ক, গণ অধিকাৰঃ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াই মঙলবাৰে ৰাজভৱনত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ বিভিন্ন কাৰ্যসূচী তথা উন্নয়নমূলক কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ উত্তৰণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত

নাৰীৰ সৰ্বাংগীন বিকাশেই নিৰ্মাণ কৰে উন্নত দেশৰ ভেটি: অজন্তা নেওঁগ

মৰিয়নীত মন্ত্ৰী অজন্তা নেওগৰ বিশাল জনসভা ডিজিটেল ডেস্ক, গণ অধিকাৰঃ 'নাৰীৰ সৰ্বাংগীন বিকাশৰ জড়িয়তেহে এক সুস্থ সমাজ গঢ়িব পাৰি। ভৱিষ্যতে এখন উন্নত দেশ নিৰ্মানৰ বাবে ই ভেটিস্বৰূপ।'- আজি মৰিয়নীৰ সোণোৱাল চাহবাগিছাত আয়োজিত এখন জনসজাগতা সভাত

যোৰহাটত স্বাধীনতা যুঁজাৰু বাহাদুৰ গাওঁবুঢ়া আৰু ফৰমুদ আলি স্মাৰক বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাটঃ যোৰহাট চেণ্ট্ৰেল ক্লাৱৰ উদ্যোগত আজি আচিয়ানা ভৱনত অনুষ্ঠিত হয় স্বাধীনতা যুঁজাৰু বাহাদুৰ গাঁওবুঢ়া আৰু ফৰমুদ আলি স্মাৰক বঁটা প্ৰদান অনুষ্ঠান। চেন্ট্ৰেল ক্লাৱৰ সম্পাদক আলহাজ তৌফিকুল হুছেইনে উদ্দেশ্য বাখ্যা কৰা আৰু

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মজয়ন্তীত হৰি নামৰ ধৱনিৰে মুখৰিত যোৰহাট

গণবাৰ্তা বিশেষ, যোৰহাটঃ আজি ৰাজ্যৰ চৌ দিশৰ লগতে হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল যোৰহাটৰ আকাশ বতাহ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি আজি যোৰহাটৰ বিভিন্ন স্থানৰ নামঘৰ সমূহত উদযাপন কৰা হয় মহাপুৰুষ শ্ৰীমন্ত

“সাহস” ৰ উদ্যোগত ক্ৰীড়া ফেল’শ্বিপ প্ৰদান

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাটঃ অগ্ৰণী সামাজিক অনুষ্ঠান "সাহস"ৰ উদ্যোগত আজি যোৰহাট জিলা ক্ৰীড়া সন্থাৰ কাৰ্য্যালয়ত দুগৰাকীকৈ কৃতীমান খেলুৱৈক আজি ক্ৰীড়া ফেল'শ্বিপ প্ৰদান কৰা হয় ৷ "সাহস"ৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে সভাপতিত্ব কৰা অনুষ্ঠানটোত

যোৰহাটত হাজীসকলৰ মত-বিনিময় আৰু চুকৰীয়া দোৱাৰ অনুষ্ঠান সম্পন্ন: বহু লোকৰ অংশগ্ৰহণ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট১০ ছেপ্টেম্বৰঃ পবিত্ৰ মক্কাশ্বৰিফলৈ এইবাৰ হজ কৰিবলৈ যাওঁতে কি-কি সমস্যাৰ সন্মুখীন হল,আৰু হজৰ অভিজ্ঞতাৰ সন্দৰ্ভত মত পোষণ কৰিবলৈ উজনি অসম হজযাত্ৰী তদাৰক কমিটিৰ উদ্যোগত দেওবাৰে যোৰহাট নগৰৰ আচিয়ানাত অনুষ্ঠিত হয় হাজীসকলৰ

প্ৰেছ ক্লাৱৰ অতিথি অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকা

ডিজিটেল ডেস্ক, গণ অধিকাৰঃ গুৱাহাটী প্ৰেছ ক্লাৱত আজি আয়োজিত প্ৰেছ ক্লাৱৰ অতিথি শীৰ্ষক এটা নতুন অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই অংশগ্ৰহণ কৰে। জ্যেষ্ঠ সাংবাদিক প্রণয় বৰদলৈয়ে আঁত ধৰা এই অনুষ্ঠানত

আমগুৰি নগৰৰ মাজমজিয়াত নগালেণ্ড চৰকাৰৰ দুটাকৈ পৰিত্যক্ত কাৰ্যালয়ঃ ২২ বিঘাৰো অধিক মাটিকালিৰ ভূমিত…

গণ বার্তা, আমগুৰিঃ শিৱসাগৰ জিলাৰ আমগুৰিৰ অসম নগালেণ্ড সীমান্তত নগালেণ্ড প্ৰশাসনৰ বিধিপথালিৰ বাবেই আজি পৰ্যন্ত বিঅপি স্থাপন কৰিবলৈ অসম চৰকাৰ ব্যৰ্থ হোৱাৰ সময়তে আমগুৰি নগৰৰ মাজমজিয়াত ২২ বিঘাৰো অধিক মাটিকালিৰ এলেকাত নগালেণ্ড চৰকাৰৰ দুটাকৈ