আজি জানক আম খোৱাৰ বাবে কি কি সহায় হয় আপোনাৰ দেহত

গ্রীষ্মকাল আহিল মানেই আমৰ বতৰ। আম এবিধ সুস্বাদু আৰু ৰসাল ফল। ই কেৱল এবিধ সুস্বাদু ফলেই নহয় বহুখিনি স্বাস্থ্য সুবিধাও দিব পাৰে। । ভিটামিন চিৰ উপৰি আমে প্ৰদান কৰে ফলেট, প্রোটিন, ভিটামিন বি-৬, ভিটামিন এ, পটাচিয়াম, মেগনেচিয়ামৰ দৰে

এগৰাকী নাবালিকাক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিল ৪ জন কৈ ধৰ্ষণকাৰী লম্পট।

অসমত সুৰক্ষিত নহয় নাৰী। ফকিৰগঞ্জ আৰক্ষীয়ে নিশা অভিযান চলাই বিভিন্ন ঠাইৰ পৰা ৪ জন কৈ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ। এগৰাকী নাবালিকাক ধৰ্ষণ কৰি আৰক্ষীৰ জালত পৰিল ৪ জন কৈ ধৰ্ষণকাৰী লম্পট। ৰাজ্যত প্ৰতিদিনেই নাৰী নিৰ্যাতন , নাৰী ধৰ্ষণ, নাৰীক মানসিক

১৬ বছৰীয়া অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিলে শ্ৰী শ্ৰী মাধৱদেৱ…

১৬ বছৰীয়া অপেক্ষাৰ অন্ত! মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি উদ্বোধন কৰিলে শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ। নাৰায়ণপুৰত অংশ ল'ব কেইবাটাও কাৰ্যসূচীত। আজি মুকলি হ'ব বহু আকাংক্ষিত নাৰায়ণপুৰত নিৰ্মিত শ্ৰীশ্ৰী মাধৱদেৱ কলাক্ষেত্ৰ।

ৰাজ্যজুৰি ৯ টা বৃহৎ প্রকল্প স্থাপনৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ দুটা বছৰ পূর্ণ হোৱাৰ প্রাকক্ষণত আজি পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ আন্তর্জাতিক প্রেক্ষাগৃহত ৰাজ্যজুৰি ৯ টা বৃহৎ প্রকল্প স্থাপনৰ উদ্দেশ্যে বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত

ধেমাজিত পুৱতি নিশা চাঞ্চল্যকৰ ট্ৰাক হাইজেক।

ধেমাজিত পুৱতি নিশা চাঞ্চল্যকৰ ট্ৰাক হাইজেক ৷ ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা ট্ৰাকৰ ড্ৰাইভাৰ হেন্দিমেনক ষ্প্ৰে মাৰি লুটি নিলে দহ হেজাৰ টকা ৷ উত্তৰ প্ৰদেশৰ পৰা ধেমাজিলৈ জিঅ’ বেগ কঢ়িয়াই আনিছিল ট্ৰাকখনে ৷ সমগ্ৰ ঘটনা বন্দী চিচি টিভিৰ কেমেৰাত ৷

“ভৌগলিক সূচাংক সজাগতা” শীৰ্ষক কৰ্মশালা আৰু প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত মন্ত্ৰী অতুল…

ভৌগোলিক সূচাংক লাভ কৰা সামগ্ৰী এবিধে উৎপাদন হোৱা অঞ্চলটোক বিশ্বৰ বজাৰত সুকীয়া পৰিচয় দি আহিছে আৰু ইয়াৰ সৈতে জড়িত কৃষক, উদ্যোগী তথা সংশ্লিষ্ট সকলোকে সামগ্ৰীবিধৰ ওপৰত আইনগত অধিকাৰ তথা সুৰক্ষা প্ৰদানেৰে যথেষ্ট উপকৃত কৰে। অঞ্চলটোৰ কৃষক

মাজুলিৰ বিজেপি বিধায়ক ভূৱন গামৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত

মাজুলীৰ বিজেপি বিধায়ক ভূৱন গামৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত। শোনিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দূৰ্ঘটনা । গাড়ীখনত বিধায়কগৰাকীৰ লগত আছিল পত্নী আৰু গাড়ীচালক। বিধায়ক গৰাকীক বালিপৰা চিকিৎসালয়ত ভৰ্তি ।

অসামৰিক সেৱাৰ প্ৰাৰ্থীসকলৰ বাবে চাণক্য আইএএছ একাডেমীৰ “ছুপাৰ ২০” বৃত্তি মুকলি

গুৱাহাটী : গোৰ্খা উন্নয়ন পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত চাণক্য আইএএছ একাডেমী, গুৱাহাটীয়ে ৯ মে’, ২০২৩ তাৰিখে চানক্য আইএএছ একাডেমীৰ গুৱাহাটীস্থিত কেন্দ্ৰত গোৰ্খা সম্প্ৰদায়ৰ ইউপিএছচি/এপিএছচি প্ৰাৰ্থীসকলৰ বাবে এক বৃহৎ পৰিসৰত সদৌ অসম

শ্বাহৰুখ খানৰ দৰে নৃত্য কৰি ভাইৰেল বুৰাক ডেনিজ…

শেহতীয়াকৈ বলীউডৰ কীং শ্বাহৰুখ খানৰ ছবি ‘পাথান’ই জনপ্ৰিয়তা লাভ কৰিছে। চিনেমাখনৰ অন্যতম জনপ্ৰিয় গীত হৈছে ‘ঝুমে জো পাঠান’। শেহতীয়াকৈ জনপ্ৰিয় তুৰ্কী অভিনেতা বুৰাক ডেনিজে এই গীতটোত শ্বাহৰুখৰ দৰে নৃত্য কৰি নেট জগতত ভাইৰেল হৈ পৰিছে।ফেডাৰেচন

পৰ্যটকৰ বাবে বন্ধ হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান…

আপুনি মানস ৰাষ্ট্ৰীয় উদ্যানত যাব বিচাৰিছে নেকি ? যোৱাৰ পূৰ্বে এই কথা মনত ৰাখক । ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই সদৰি কৰিছে এক বিশেষ জাননী । প্ৰকৃতিৰ ৰম্যভূমি বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যান পৰ্যটকৰ বাবে বন্ধ হ'ব।