তোলনীয়া সন্তানক যৌন নিৰ্যাতন ! ডাঃ সংগীতা দত্তৰ ঘৰৰ ৩২টা চি চি টিভিৰ ভিজুৱেল সংগ্ৰহ আৰক্ষীৰ ।

ডাঃ সংগীতা দত্তৰ ঘৰত আছিল ৩২টা চি চি টিভি ! এই ৩২টা চি চি টিভিৰ ভিজুৱেল সংগ্ৰহ কৰিছে অসম আৰক্ষীয়ে । এই চি চি টিভিত বন্দী চেলিব্ৰিটি চিকিৎসকৰ নৃশংসতাৰ বহু দৃশ্য... তোলনীয়া সন্তানক যৌন নিৰ্যাতন! নিশা চিকিৎসক দম্পতিক মাৰাথান জেৰা শীৰ্ষ

আজি ৰবীন্দ্ৰ জয়ন্তী ।এছিয়া মহাদেশৰ প্ৰথম গৰাকী ”ন’বেল বঁটা ”লাভ কৰা ব্যক্তিক…

দেশৰ প্ৰথম গৰাকী ন'বেল বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় সংগীতৰ ৰচক তথা একেধাৰে গল্পকাৰ, গীতিকাৰ, ঔপন্যাসিক, সুৰকাৰ, নাট্যকাৰ আৰু দার্শনিক লগতে সমগ্ৰ বিশ্বত কবিগুৰু নামেৰে প্ৰসিদ্ধ ৰবীন্দ্ৰনাথ ঠাকুৰদেৱৰ আজি জন্মজয়ন্তী। কবিগুৰু ৰবীন্দ্ৰনাথ

প্ৰাপ্তিৰ হাঁহি বিৰিঙিল বহলপুৰত

আজি ঘোষণা কৰিলে বন বিভাগৰ ফলাফল । প্ৰাপ্তিৰ হাঁহি বিৰিঙিল বহলপুৰত । ধুবুৰী জিলাৰ বহলপুৰৰ তটপাৰা গাঁৱৰ শ্ৰৱণ কুমাৰ ৰায়ে লাভ কৰিলে বন বিভাগত বনৰক্ষীৰ চাকৰি । আৰ্থিক দৈনতাৰ বাবেই উচ্চ শিক্ষা লাভৰ পৰা বঞ্চিত হৈ দিন হাজিৰা কৰি ফুৰা শ্ৰৱণ

উত্তৰ-পূব ভাৰতত জেমেক্স ম’বাইলে মুকলি কৰিলে মোবাইল আনুষঙ্গিক সামগ্ৰীৰ আকৰ্ষণীয় শ্ৰেণী

গুৱাহাটী, ০৮ মে’, ২০২৩ : মোবাইল উদ্যোগৰ আগশাৰীৰ এক পৰিচিত নাম জেমেক্স ম’বাইলে শেহতীয়াভাৱে মোবাইলৰ আনুষংগিক সামগ্ৰীৰ পৰিসৰ উন্মোচন কৰে। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল উত্তৰ-পূব ভাৰতীয় বজাৰখনক লাইভ কথোপকথনৰ অভিজ্ঞতা প্ৰদান কৰাৰ লগতে

অভয়াপুৰীত মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ উত্তাল প্ৰতিবাদ।

তিনি মধ্যাহ্ন ভোজন ৰান্ধনীক প্ৰহাৰ কৰাৰ প্ৰতিবাদত এই প্ৰতিবাদী কাৰ্যসূচী।ডুমুৰীয়া-পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ত এই উত্তাল প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ন। বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষাখণ্ডৰ অৰ্ন্তগত ডুমুৰীয়া - পিকনাপাৰা প্ৰাথমিক বিদ্যালয়ৰ

জুলাই মাহত পুনৰ ১০,০০০ নিবনুৱালৈ নিযুক্তি, ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

জুলাই মাহত পুনৰ ১০,০০০ নিবনুৱালৈ নিযুক্তি, ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১১ মে'ৰ পৰিবৰ্তে ২৬ মে'ত সদ্য নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থী সকলে লাভ কৰিব নিযুক্তি পত্ৰ, এক জুনত যোগ দিব লাগিব চাকৰিত । কেবিনেট বৈঠকৰ পিছতে

মুকালমুৱাৰ বৰতলাত ব্যৱসায়ীক আক্ৰমণ।

মুকালমুৱাৰ বৰতলাত দোকানৰ বাকী সাধিবলৈ যোৱাৰ বাবে এজন ব্যৱসায়ীক আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। আক্ৰমণৰ ফলত ব্যৱসায়ীজন গুৰুতৰভাৱে আহত হৈছে। আহত ব্যৱসায়ী জনৰ নাম চিন্তু বৰ্মন। বৰতলাৰ হাইস্কুল চ'কত থকা কৃষ্ণা নাৰায়ণী ষ্টোৰ নামৰ দোকানখনৰ পৰা নিতুল

সদৌ গুৱাহাটী গৰিয়া -মৰিয়া ,দেশী জাতীয় পৰিষদৰ উদ্যোগত মুকলি বিহু

সদৌ গুৱাহাটী গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত,গুৱাহাটীৰ মেট্ৰ’পলিটান ছোৱালী হাইস্কুল প্ৰাংগণত মুকলি বিহু অনুষ্ঠিত হয়,১০০% ছোৱালী বিহু শিল্পীৰ দ্বাৰা গঠিত সম্প্ৰীতি বিহু হুঁচৰি দলৰ সুন্দৰ হুঁচৰি প্ৰদৰ্শনৰ জৰিয়তে অনুষ্ঠানৰ শুভাৰম্ভণি

আজি বিশ্ব ৰেডক্ৰছ দিৱস ।

বিশ্বৰ বিভিন্ন দেশৰ লগতে ৰঙিয়াতো বিশ্ব ৰেডক্ৰছ দিৱস উদযাপন কৰা হয় । ভাৰতীয় ৰেডক্ৰছ চোছাইটিৰ ৰঙিয়া জিলাই দিৱস উপলক্ষে চিৰাখুন্দি প্ৰাথমিক বিদ্যালয়ত এটি দন্ত পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰে । বিদ্যালয় খনৰ শতাধিক ছাত্র-ছাত্ৰীক দাত পৰীক্ষা কৰাৰ

দৰঙৰ ধূলাত চলিছে গুণ্ডা-মাফিয়াৰাজ…

হাতে হাতে জাঠি জোংলৈ দিন দুপৰতে বৃদ্ধা মহিলাক আক্ৰমণ কৰি ঘৰত অগ্নি সংযোগ এদল গুণ্ডাবাহিনীৰ। জিলা প্ৰশাসনক বৃদ্ধাংগুষ্ট দেখুৱাই দৰঙৰ ধুলাত চলিছে মাফিয়াৰাজ । নিৰিহ জনতাক ভয় ভাবুকি দেখুৱাই ভুমি বেদখলত নামিছে গুণ্ডাবাহিনীৰ দলটোৱে।দৰঙৰ ধূলা