জনসংযোগ বিভাগৰ উদ্যোগত গুৱাহাটীৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত…

ডিজিটেল ডেস্ক, গণ অধিকাৰঃ অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ উদ্যোগত আজি গুৱাহাটীৰ ভৰলুমুখৰ দেশভক্ত তৰুণৰাম ফুকন উদ্যানত ৰাজ্যিক ভিত্তিত তৃতীয়বাৰৰ বাবে আয়োজিত 'দেশভক্তি দিৱস'ৰ অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্য অতিথি হিচাপে

বটদ্ৰৱাৰ ডুমডুমীয়াত আমছুৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত বিশাল প্ৰতিবাদী সভা।

ছেলিম আহমেদ, বটদ্ৰৱাঃ ৰাজ্যৰ সমষ্টি পুনৰনিৰ্ধাৰণ সন্দৰ্ভত নিৰ্বাচন আয়োগে ইতিমধ্যে খচৰা প্ৰকাশ কৰাৰ পিছত চলি আছে আপত্তি প্ৰদান কৰা প্ৰক্ৰিয়া। সমষ্টিৰ খচৰাক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া চলি থকাৰ মাজতেই শুক্ৰবাৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ

১২ ৰাজ্যৰ ১২৪ টা সমষ্টি দখলৰ পৰিকল্পনা বিজেপিৰ

ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটীঃ ২০২৪ৰ লোকসভা নিৰ্বাচনক লৈ কঁকালত টঙালি বান্ধিছে বিজেপিয়ে। পুনৰবাৰ দিল্লীৰ মছনদ দখলৰ ৰণনীতি প্ৰস্তুত কৰিছে মোদী চৰকাৰে। প্ৰতিখন ৰাজ্যতেই এতিয়া বিজেপিয়ে শক্তিশালী ৰূপত নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ সর্বোচ্চ উজাৰি

৩০ জুলাইত মুকলি হ’ব অসম বিধানসভাৰ নতুন ভৱন

অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ঘোষণা ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটীঃ অহা ৩০ জুলাইত অসম বিধানসভাৰ নতুন ভৱন মুকলি কৰা হ'ব বুলি সদৰী কৰে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। লোকসভাৰ অধ্যক্ষই অসম বিধানসভাৰ নতুন ভৱনটো আনুষ্ঠানিকভাৱে

অসম সাঁতোৰ সন্থাৰ উদ্যোগত ৩০ সংখ্যক আন্তঃ জিলা আছাম একুৱেটিক চেম্পিয়নশ্বিপ

ডিজিটেল ডেস্কঃ অসম সাঁতোৰ সন্থাৰ উদ্যোগত আজিৰেপৰা পৰা ৯ জুলাইলৈকে তিনিদিনীয়াকৈ ৩০ সংখ্যক আছাম একুৱেটিক চেম্পিয়নশ্বিপৰ আয়োজন কৰা হৈছে। সদৌ অসম ভিত্তিত আয়োজিত আন্তঃজিলা প্ৰতিযোগিতাখনি গুৱাহাটী সৰুসজাইস্হিত ড০ জাকিৰ হুছেইন একুৱেটিক

গুৱাহাটীত কেন্দ্ৰীয় জল শক্তি মন্ত্ৰীৰ অধ্যক্ষতাত জেজেএম আৰু এছবিএম(জি) সন্দৰ্ভত পূৰ্বোত্তৰ ভিত্তিক…

ডিজিটেল ডেস্কঃ উত্তৰ-পূবৰ ৰাজ্যসমূহে ‘জল জীৱন অভিযান’ৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে। ১% সংযোগেৰে আৰম্ভ কৰা অসমৰ দৰে এখন ৰাজ্যই এতিয়া জল জীৱন অভিযানৰ অধীনত ৫৪% অগ্ৰগতি লাভ কৰিছে। আজি গুৱাহাটীত এক সংবাদমেলত এই কথা সদৰী কৰে কেন্দ্ৰীয়

ড্ৰাইভিং লাইচেন্সৰ ক্ষেত্ৰত নতুন নিয়মঃ এতিয়া সহজতে লাভ কৰিব ড্ৰাইভিং লাইচেন্স

ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা ড্ৰাইভিং লাইচেন্স পাবলৈ ড্ৰাইভিং টেষ্টৰ প্ৰয়োজন নাই৷ ড্ৰাইভিং লাইচেন্স লোৱাটো এতিয়া অতি সহজ হৈ পৰিছে। কেন্দ্রীয় চৰকাৰে কিছু নিয়ম সলনি কৰিছে, তাৰ পাছত সাধাৰণ মানুহজনে ড্ৰাইভিং লাইচেন্সৰ বাবে আৰ টি অ’লৈ যোৱাৰ

মণিপুৰত পুনৰ হিংসাত্মক কাৰ্যকলাপ

ডিজিটেল ডেস্ক, গণ অধিকাৰঃ চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ হিংসাত্মক কাৰ্যকলাপত উত্তপ্ত পৰিস্থিতি৷ শেহতীয়াকৈ যোৱা নিশা মণিপুৰত এক হাজাৰৰো অধিক লোকে এটা কেন্দ্রীয় মন্ত্রীৰ ঘৰত আক্রমণ চলায়৷ ঘটনাৰ সময়ত কেন্দ্ৰীয় মন্ত্ৰী আৰ কে ৰঞ্জন সিং ইম্ফলৰ

অভিনেত্ৰী জুনজুন বৰাৰ জীৱনৰ নতুন ইনিংছঃ যুগ্মজীৱনৰ পাতনি মেলিলে জনপ্ৰিয় শিল্পীগৰাকীয়ে

গুৱাহাটী, ২৩ মে': দীৰ্ঘদিনীয়া সফল প্ৰেমৰ পৰিসমাপ্তিত প্ৰেমিক তথা বিশিষ্ট ব্যৱসায়ী ৰবীন ৰাজৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় অভিনেত্ৰী জুনজুন বৰাই। শনিবাৰে আঙুঠি পিন্ধোৱা পৰ্ব সুকলমে সম্পন্ন কৰিলে মোহময়ী অভিনেত্ৰীগৰাকীয়ে। ভ্ৰাম্যমাণ

বানমূখত পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পৰিৱেশ প্ৰদূষণৰ সন্দৰ্ভত সজাগতা সভা আৰু কৰ্মশালা

বানমূখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তত্বাৱধানৰ আৰু ইনভেটিভ এণ্ড কমিউনিটি হাবৰ উদ্যোগত পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পৰিবেশ প্ৰদূষণৰ সন্দৰ্ভত আজি এখনি সজাগতা সভা আৰু কৰ্মশালা সম্পন্ন হৈ যায় । বৃহত্তৰ কোৱৰপুৰ মৌজাৰ অন্তৰ্গত বানমূখ উচ্চতৰ