Browsing Category
গুৱাহাটী
Newses based in Guwahati
অসামৰিক সেৱাৰ প্ৰাৰ্থীসকলৰ বাবে চাণক্য আইএএছ একাডেমীৰ “ছুপাৰ ২০” বৃত্তি মুকলি
গুৱাহাটী : গোৰ্খা উন্নয়ন পৰিষদ আৰু গোৰ্খা ছাত্ৰ সন্থাৰ সহযোগত চাণক্য আইএএছ একাডেমী, গুৱাহাটীয়ে ৯ মে’, ২০২৩ তাৰিখে চানক্য আইএএছ একাডেমীৰ গুৱাহাটীস্থিত কেন্দ্ৰত গোৰ্খা সম্প্ৰদায়ৰ ইউপিএছচি/এপিএছচি প্ৰাৰ্থীসকলৰ বাবে এক বৃহৎ পৰিসৰত সদৌ অসম!-->…
তোলনীয়া সন্তানক যৌন নিৰ্যাতন ! ডাঃ সংগীতা দত্তৰ ঘৰৰ ৩২টা চি চি টিভিৰ ভিজুৱেল সংগ্ৰহ আৰক্ষীৰ ।
ডাঃ সংগীতা দত্তৰ ঘৰত আছিল ৩২টা চি চি টিভি ! এই ৩২টা চি চি টিভিৰ ভিজুৱেল সংগ্ৰহ কৰিছে অসম আৰক্ষীয়ে । এই চি চি টিভিত বন্দী চেলিব্ৰিটি চিকিৎসকৰ নৃশংসতাৰ বহু দৃশ্য...
তোলনীয়া সন্তানক যৌন নিৰ্যাতন! নিশা চিকিৎসক দম্পতিক মাৰাথান জেৰা শীৰ্ষ!-->!-->!-->…
উত্তৰ-পূব ভাৰতত জেমেক্স ম’বাইলে মুকলি কৰিলে মোবাইল আনুষঙ্গিক সামগ্ৰীৰ আকৰ্ষণীয় শ্ৰেণী
গুৱাহাটী, ০৮ মে’, ২০২৩ : মোবাইল উদ্যোগৰ আগশাৰীৰ এক পৰিচিত নাম জেমেক্স ম’বাইলে শেহতীয়াভাৱে মোবাইলৰ আনুষংগিক সামগ্ৰীৰ পৰিসৰ উন্মোচন কৰে। এই অনুষ্ঠানৰ প্ৰধান উদ্দেশ্য আছিল উত্তৰ-পূব ভাৰতীয় বজাৰখনক লাইভ কথোপকথনৰ অভিজ্ঞতা প্ৰদান কৰাৰ লগতে!-->…
জুলাই মাহত পুনৰ ১০,০০০ নিবনুৱালৈ নিযুক্তি, ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
জুলাই মাহত পুনৰ ১০,০০০ নিবনুৱালৈ নিযুক্তি, ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
১১ মে'ৰ পৰিবৰ্তে ২৬ মে'ত সদ্য নিযুক্তি প্ৰাপ্ত প্ৰাৰ্থী সকলে লাভ কৰিব নিযুক্তি পত্ৰ, এক জুনত যোগ দিব লাগিব চাকৰিত ।
কেবিনেট বৈঠকৰ পিছতে!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->!-->…
ৰাইজৰ সুবিধাৰ বাবে মুকলি কৰে অসম আৰক্ষীয়ে অফিচিয়েল ইউটিউব চেনেল ।
দেওবাৰে গুৱাহাটীৰ উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অৱস্থিত মিনি ষ্টেডিয়ামত অনুষ্ঠিত এক অনুষ্ঠানত অসম আৰক্ষীয়ে ‘The Assam Police Channel’ শীৰ্ষক অফিচিয়েল ইউটিউব চেনেল মুকলি কৰে।অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে!-->…
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন প্ৰসাৰৰ বাবে USTM ৰ অনন্য পদক্ষেপ
হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ নৱ বৈষ্ণৱ দৰ্শন আৰু সংস্কৃতিৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচেষ্টা হাতত লোৱাৰ সময়তে উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে একেই পদক্ষেপ গ্ৰহণ!-->…
শৃংখল চলিহাৰ ঘৰ ঘেৰাও আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ
ডিজিটেল ডেস্কঃ বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক বৰ্তমান সময়ত গৃহবন্দী কৰি ৰখা হৈছে। শৃংখল চলিহাৰ ঘৰ ঘেৰাও আৰক্ষী, অৰ্ধসামৰিক বাহিনীৰ। চলিহাই কয় যে, জেললৈ যাবলৈ সাজু, কিন্তু অনা অসমীয়াৰ চৰ গোৰ সহ্য কৰা নহ'ব।উল্লেখ্য যে এজেৱা!-->…
“এয়া আকাশবাণী, বাতৰি পঢ়িছোঁ হিৰণ দত্তই……” আৰু নাই হিৰণ দত্ত ।
অৱসৰপ্ৰাপ্ত বাতৰি পৰিৱেশক হিৰণ দত্তৰ দেহাৱসান৷ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হিৰণ দত্তৰ ৷
"এয়া আকাশবাণী, বাতৰি পঢ়িছোঁ হিৰণ দত্তই......"
এসময়ত সুদূৰ দিল্লী আকাশবাণী কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি পৰিৱেশন কৰা হিৰণ দত্ত আৰু আমাৰ মাজত নাই ।!-->!-->!-->!-->!-->…
অম্বুবাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আগতীয়া তৎপৰতা, কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত কাৰ্যালয়ত…
গুৱাহাটী, ২৮ এপ্ৰিলঃ সমাগত অম্ববাচী মেলা সুকলমে অনুষ্ঠিত কৰাৰ বাবে আজি কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়া, মেলা আয়োজনৰ বিভিন্ন দায়িত্বত থকা বিভাগসমূহৰ বিষয়া আৰু কামাখ্যা!-->!-->!-->!-->!-->…
Samsung is trying really hard not to call these phones ‘Rose Gold’
Everyone is looking to lose weight these days, but most people miss the one key to just how easy it really is: eating more fiber! While you need protein, healthy fats, and many vitamins and minerals for overall health, the one food that can…