Browsing Category

স্থানীয়

Local News of Assam except Guwahati

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন প্ৰসাৰৰ বাবে USTM ৰ অনন্য পদক্ষেপ

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ নৱ বৈষ্ণৱ দৰ্শন আৰু সংস্কৃতিৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰৰ প্ৰচেষ্টা হাতত লোৱাৰ সময়তে উত্তৰ পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ে একেই পদক্ষেপ গ্ৰহণ
Read More...

“এয়া আকাশবাণী, বাতৰি পঢ়িছোঁ হিৰণ দত্তই……” আৰু নাই হিৰণ দত্ত ।

অৱসৰপ্ৰাপ্ত বাতৰি পৰিৱেশক হিৰণ দত্তৰ দেহাৱসান৷ ক'ভিডত আক্ৰান্ত হৈ মৃত্যু হিৰণ দত্তৰ ৷ "এয়া আকাশবাণী, বাতৰি পঢ়িছোঁ হিৰণ দত্তই......" এসময়ত সুদূৰ দিল্লী আকাশবাণী কেন্দ্ৰৰ পৰা অসমীয়া বাতৰি পৰিৱেশন কৰা হিৰণ দত্ত আৰু আমাৰ মাজত নাই ।
Read More...

তেজপুৰত নগৰ পৰিকল্পনা বিভাগৰ বিষয়াসকল তথা নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকলৰ ৰাজ্যিক সন্মিলনত…

তেজপুৰ, ২৮ এপ্ৰিলঃ ৰাজ্যখনৰ পৌৰ এলেকাসমূহৰ পৰিকল্পিত উন্নয়নৰ ৰূপৰেখা তৈয়াৰৰ এক প্ৰয়াস হিচাপে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেজপুৰ সমাৱৰ্তন কেন্দ্ৰত ৰাজ্যৰ প্ৰতিখন জিলাৰ নগৰ উন্নয়ন প্ৰাধিকৰণসমূহৰ অধ্যক্ষসকল
Read More...