Browsing Tag

AB Constable

অসম আৰক্ষী বাহিনীৰ দীক্ষান্ত সমাৰোহত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু ADGP হিৰেণ নাথ

মুকালমুৱাৰ দৌলাশালত চতুৰ্দ্দশ অসম আৰক্ষী বাহিনীৰ মূল পেৰেড গ্ৰাউণ্ডত এক দীক্ষান্ত সমাৰোহ অনুষ্ঠিত হয়। অসম আৰক্ষীৰ ১১৭ সংখ্যক গোটৰ AB Constable ৰ ৫১৯ গৰাকী কনিষ্ঠবলৰ প্ৰশিক্ষণৰ অন্তত আজি অনুষ্ঠিত হোৱা দীক্ষান্ত সমাৰোহত মুখ্য অতিথি ৰূপে অংশ