চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মাছৰ উজান

482

চাপৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত মাছৰ উজান ।

ৰৌ, ভকুৱা, গ্লাছ কাপ, কমল কাঠ আদি মাছৰ ৰাজপথত কিৰিলি ।

WB 65 C 3214 নম্বৰৰ চকা ফুটি আজি ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল মাছভৰ্তি বলেৰো ভেন।

কথমপি প্ৰাণ ৰক্ষা চালক হেণ্ডিমেনৰ।

ছয় কুইন্টলতকৈ অধিক মাছ কঢ়িয়াই লৈ আহিছিল ভেনখনে।

বেংগলৰ পৰা গোৱালপাৰা অভিমুখে আহি থকা অৱস্থাত সংঘটিত হয় এই দূৰ্ঘটনা।

ৰাজ্যত অব্যাহত আছে বহি: ৰাজ্যৰ পৰা মাছ আমদানি।

Leave A Reply

Your email address will not be published.