বানমূখত পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পৰিৱেশ প্ৰদূষণৰ সন্দৰ্ভত সজাগতা সভা আৰু কৰ্মশালা
বানমূখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তত্বাৱধানৰ আৰু ইনভেটিভ এণ্ড কমিউনিটি হাবৰ উদ্যোগত পেলনীয়া সামগ্ৰীৰ পুনৰ ব্যৱহাৰ আৰু পৰিবেশ প্ৰদূষণৰ সন্দৰ্ভত আজি এখনি সজাগতা সভা আৰু কৰ্মশালা সম্পন্ন হৈ যায় ।
বৃহত্তৰ কোৱৰপুৰ মৌজাৰ অন্তৰ্গত বানমূখ উচ্চতৰ!-->!-->!-->…