পশ্চিম বোকাখাত ব’হাগী উৎসৱ-২০২৩ৰ আজিৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত মন্ত্ৰী অতুল বৰা

98

পশ্চিম বোকাখাত ব’হাগী উৎসৱ-২০২৩ৰ আজিৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী অতুল বৰা ।

শোভাযাত্ৰাটিত অসমৰ জাতীয় জীৱনৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন গৌৰৱময় সমলক প্ৰতীকী ৰূপত উপস্থাপন কৰাৰ নান্দনিক দৃশ্য দেখিবলৈ পোৱা যায়।

পশ্চিম বোকাখাত ব’হাগী উৎসৱৰ স্থায়ী সমিতিৰ সভাপতি প্ৰতুল ফুকন, মুখ্য সম্পাদক আকাশ ফুকন প্ৰমুখ্যে পশ্চিম বোকাখাত ব’হাগী উৎসৱ উদযাপন সমিতিৰ সভাপতি, মুখ্য সম্পাদক উপস্থিত থাকে ।

জনপ্ৰিয় অভিনেতা প্ৰসেনজিৎ বৰাও এই সাংস্কৃতিক শোভাযাত্ৰাৰ অনুষ্ঠানত উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.