পৰিবহন নিগমৰ বাছ আস্থানত ভয়ংকৰ ঘটনা

461

ধুবুৰীত অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানত ভয়ংকৰ ঘটনা।
As 01 PC 7197 নম্বৰৰ আমীৰ জান নামৰ গাড়ীৰ চালক আৰু হেন্ডিমেনে মিলি হত্যা কৰিলে এজনক।
ৰাচিদুল ইছলাম নামৰ এজন ASTC ৰ অস্থায়ী কৰ্মচাৰীক হত্যা।


ৰাচিদুল ইছলাম ASTC ৰ গাড়ী ধোৱা কাম কৰিছিল।
ৰাছিদুল ইছলামৰ মৃতদেহ লৈ ASTC ৰ কাৰ্য্যালয় ঘেৰাও।
দোষীক উচিত শাস্তি প্ৰদানৰ দাবী।
ASTC ৰ ভুমিকাক ৰহস্যজনক ।

Leave A Reply

Your email address will not be published.