সৰভোগত আম আদমি পাৰ্টিৰ কাৰ্যালয় মুকলি

247

ডিজিটেল ডেস্কঃ আম আদমি পাৰ্টিৰ সৰভোগ সমষ্টিৰ মুখ্য কাৰ্য্যালয়টি সৰভোগত মুকলি কৰে৷মুখ্যদ্বাৰ মুকলি কৰে আম আদমি পাৰ্টিৰ উত্তৰ পূবৰ ৰাষ্ট্ৰীয় তত্ত্বাৱধায়ক ৰাজেশ শৰ্মাই,সভাত আপ অসমৰ উপ-সভাপতি জিতুল ডেকা,ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক মানছুৰ তালুকদাৰ,বৰপেটা জিলাৰ সভাপতি সন্দিপ আগৰৱাল,আপ যুব শক্তিৰ অসম ৰাজ্যিক কমিটিৰ প্ৰছাৰ সম্পাদক ৰাহুল দেৱ নাথ,বৰপেটা যুৱ শক্তিৰ সভানেত্ৰী অফ্ৰুজা পাৰবিন,শপ্না দাস বায়ন আদিকে কৰি ভালে কেইজন নেতা কৰ্মী উপস্থিত থাকে,সভাত ভালে কেইজন লোকে আনুষ্ঠানিক ভাৱে আম আদমী পাৰ্টিত যোগদান কৰে৷

Leave A Reply

Your email address will not be published.