সৰভোগৰ শংকৰদেৱ শিশু নিকেতনত পৰিয়ালবৰ্গৰ সৈতে স্মৃতিৰ এবেলা…

387

সৰভোগৰ শংকৰদেৱ শিশু নিকেতনত পৰিয়ালবৰ্গৰ সৈতে স্মৃতিৰ এবেলা ।

বৰপেটা জিলাৰ সৰভোগত ১৯৯৮ চনৰ ১২ জানুৱাৰীত স্থাপিত শংকৰদেৱ শিশু নিকেতনত,আজি পৰিয়ালবৰ্গৰ সৈতে স্মৃতিৰ এবেলা কাৰ্যসূচী অনুষ্ঠিত হয়,এই কাৰ্যসূচীৰ উদ্দেশ্য বাখ্যা প্ৰধান আচাৰ্য বিপুল কুমাৰ তালুকদাৰ আৰু পৰিচালনা সমিতিৰ সম্পাদক কৌশিক শৰ্মায়ে আদৰণি ভাষণ দিয়ে,পৰিয়ালবৰ্গৰ সৈতে স্মৃতিৰ এবেলাত প্ৰাক্তন আচাৰ্য কুশল তালুকদাৰ,প্ৰাক্তন আচাৰ্য অজিত কাকতি,প্ৰাক্তন ছাত্ৰ ধ্ৰুৱৰাজ পাঠক আৰু প্ৰাক্তন ছাত্ৰ কোকিল সাউদৰ লগতে কেইবাজনো প্ৰাক্তন আচাৰ্য তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷
আনফালে ২০২৪ চনৰ ১০ জানুৱাৰীৰ পৰা ১২ জানুৱাৰীলৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰিব ৷

Leave A Reply

Your email address will not be published.