
নায়েৰ আলগা ২১আগষ্টঃ বিলাসীপাৰা সমজিলাৰ বিৰ্শিংজৰুৱা টেৰিটৰিয়ালৰড’ মায়াৰ চৰ আৰগ্য মন্দিৰৰ পৰিচালনা সমিতিৰ কাৰ্য কাল প্ৰায় এটা বছৰ অতিক্ৰম কৰিম হব ব হল যদিও আজিৰ দিনতো পৰিচালনা সমিতিৰ নিয়মিতভাৱে গঠন কৰা নহল৷দুঃখ পৰিতাপৰ বিষয় যে ’বহু কাকুতিমিনতি কৰাৰ পিছত যোৱা জানুৱাৰী মাহৰ ১৯তাৰিখত ছিএচঅই থুলুকে মানুহ আহবান কৰে৷কোনো জাননী নাই’চিঠিও ইছুনকৰি চৰম অৱহেলা কৰি ৰাইজক আহবান কৰাত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰি আহিছে৷সাধাৰণ সভাত সভা পৰিচালনা কৰে পঞ্চায়ত সভানেত্ৰীয়ে৷সভাত আগৰ পুৰণা সমিতিৰ কোনো হিচাপ নিকাচ নিদিয়াকৈ কোনো মতে সমিতিটো গঠন কৰা হয়৷উক্ত সভাত সমাজ সেৱক হিচাপে হাবেজ ৰপিকুল ইচলাম আৰু মিডিয়া ছেল হিচাপে জেষ্ঠ সাংবাদিক হজৰত আলীক বাছনি কৰা হয়৷ছিএছঅই মোক নজনাকৈ ’কোনো প্ৰস্তাৱ নলোৱাকৈ ’আজিৰ দিনত এদিনতো কাৰ্য কৰী সভা’ দায়িত্ব ভাৰ লোৱা সভা অনুষ্টিত কৰা নহল৷অথচ বাছনি কৰা সদস্যক কেনেকৈ কৰ্তন কৰা হল ’সেয়া অনিয়ম কৰা হৈছে৷আন এটি অনিয়ম হৈছে ’যৌথ একাউণ্ট কৰা৷কাৰ্য কৰী সমিতিৰ দায়িত্ব লোৱাই নাই’কোনো কাৰ্য কৰী সিদ্ধান্ত নলোৱাকৈ কেনেকৈ যৌথ একাউণ্ট খুলিলে ’সেয়া অনিয়ম কৰা হৈছে৷চৰকাৰী গাইড লাইন মতে এজন আশা কৰ্মী বা নাৰ্ছ সদস্যা হিচাপে বাছনি কৰা হয়৷এইজনী বিষয়া কাকো কেৰেপ নকৰি চৰকাৰী নিয়ম ভৰিৰে মোহাৰি দহজনী আশাকৰ্মীক সমিতিত অন্তৰ্ভুক্ত কৰাটো নিয়মত পৰা নাইনে৷বিষয়া জনীয়ে সভাপতিৰ লগত কোনো পৰামৰ্শ ’পাচবুক নেদেখুৱাই অতিগোপনে নিজৰ খেৱালখুচিমতে কাম কৰাটো কি বুজায়৷ইপিনে চিকিৎসা লয়ৰ ভাৰপ্ৰাপ্ত বিষয়াই চিকিৎসা লয়ৰ বেৰ ভাংচুৰ হোৱা ’অস্বাস্হ্যকৰ পৰিবেশ উন্নয়নত পিটি দি আটমাহত কমিটিৰ সভা অনুষ্টিত নকৰি মধ্য ভোগীৰ কথাত উটা বহা কৰিছে৷আন এটি বিষয় হলযে পুৰ্বৰ কমিটি কাৰ্য কাল উকলি যোৱাৰ পিছত বেংকৰ লগত গোপন বুজাবুজি কৰি বৃহৎ অংকৰ ধন তচনচ কৰাৰ সন্দেহ তথা ৰাইজৰ মাজত সমালোচনা কৰা দেখা যায় উক্ত বিষয়ে তদন্ত কৰি আইনগত পদক্ষেপ গ্ৰহণ কৰি অনুষ্ঠান টোৰ উন্নতি কৰিবলৈ সুবিধা দিবলৈ অনুৰোধ জনাইছে৷
