শেহতীয়া খবৰ

শেহতীয়া খবৰ

মাৰ্ঘেৰিটাত আৰম্ভ হল বিধান সভা নিৰ্বাচনৰ কোচ কাৱাজ : বিধায়ক ভাস্কৰ শৰ্মা বনাম লক্ষ্য কোৱৰ কোনে লাভ কৰিব প্ৰাৰ্থিত্ব

গন বাৰ্তা, মাৰ্ঘেৰিটা, ৩১ মেঃ- কৰোনাৰ আতংকৰ মাজতেই তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত বলিবলৈ আৰম্ভ কৰিছে নিৰ্বাচনৰ গৰম বতাহ৷ কিয়নো ২০২১ৰ বিধান সভাৰ নিৰ্বাচনলৈ আৰু বেচি দিন নাই৷ সেয়েহে কিছুদিনৰ পৰা সমষ্টিটোত নিৰ্বাচনৰ গৰম বতাহ বলিবলৈ আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে৷ বৰ্তমানে বিজেপিৰ দখলত থকা সমষ্টিটো পূৰ্বে কংগ্ৰেছৰ বাবে দুৰ্গস্বৰূপ আছিল, যদিও …

অধিক »

দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা মুক্ত খননৰ সিদ্ধান্তক বিৰোধিতা বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ 

গণ বাৰ্তা, নামৰূপ, ৩১ মেঃ সমগ্ৰ দেশতে কৰুণা ভাইৰাছৰ বিৰুদ্ধে লকডাউন চলি থকা সময়তে আজি বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত দিহিং-পাটকাই বৰ্ষাৰণ্যত কেন্দ্ৰীয় চৰকাৰৰ কয়লা মুক্ত খননৰ সিদ্ধান্তক বিৰোধিতা কৰি দিহিং-পাটকাই বৰ্ষাৰণ্যৰত হাতে-হাতে প্লেকাৰ্ড লৈ এক প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ন কৰে। উক্ত কায্যসূচীত ডিব্ৰুগড় জিলাৰ সমিতিৰ সভাপতি ভবেন …

অধিক »

পিতৃ ভগ্নীৰ সন্মুখতে  চলিল বৰ্বৰ নিৰ্যাতন ছাত্ৰ নেতা দেৱাশীষ গগৈৰ

 চাৰি জনক গ্ৰেপ্তাৰ , ছাত্ৰনেতা দেৱাশীষ গগৈৰ হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তিৰ দাবী বিভিন্ন দল সংগঠনৰ গণ বার্তা, আমগুৰি/ নকছাৰী/ ষ্টাফ ৰিপৰ্টাৰ যোৰহাট , ৩১ মে:-  যোৰহাট জিলা সমিতিৰ প্ৰাক্তন আছু নেতা হেমলাই মিল গাঁৱৰ দেৱজিত গগৈৰ পুত্ৰ  সংগ্ৰামী ছাত্ৰ নেতা দেৱাশীষ গগৈক ঐতিহাসিক গাভৰু অঞ্চলত যোৱা শুকুৰবাৰে  পাশৱিক অত্যাচাৰ কৰি হত্যা …

অধিক »