Thursday , August 13 2020
শেহতীয়া খবৰ

শেহতীয়া খবৰ

টীয়কৰ সাংবাদিক মৃদুল বৰুৱাৰ মৃত্যুত যোৰহাট প্ৰেছ ক্লাৱৰ শোক প্ৰকাশ।

গণবাৰ্তা বিশেষ,যোৰহাট, ১২ আগষ্ট : এটা বৈদ্যুতিক মাধ্যমৰ “টীয়কৰ সংবাদদাতা,টীয়ক প্ৰেছ ক্লাৱৰ জেষ্ঠ সদস্য মৃদুল বৰুৱাৰ মৃত্যুত যোৰহাট প্ৰেছ ক্লাৱে গভীৰ শোক প্ৰকাশ কৰিছে। যকৃৎ ৰোগত আক্ৰান্ত হৈ যোৰহাটৰ মিচন হস্পিটালত চিকিৎসাধীন হৈ থকা অৱস্থাত মংগলবাৰে নিশা প্ৰায় ৯ -৪০ বজাত বৰুৱাই শেষ নিশ্বাস ত্যাগ কৰে । সাংবাদিক জনৰ মৃত্যুত …

অধিক »

যোৰহাটৰ অগ্নিকাণ্ডত অকাল মৃত্যু হোৱা সত্যনাৰায়ন আগৱালা আৰু গুমতী দেৱী আগৰৱালাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দৃশ্য

যোৰহাটৰ অগ্নিকাণ্ডত অকাল মৃত্যু হোৱা সত্যনাৰায়ন আগৱালা আৰু গুমতী দেৱী আগৰৱালাক শ্ৰদ্ধাঞ্জলি জনোৱাৰ দৃশ্য । ফটো  –    নেকিব আহমেদ ।

অধিক »

আমগুৰিত অ,গ,পত   যোগদান মণ্ডল কংগ্ৰেছৰ প্ৰাক্তন  সম্পাদক সহ সংগঠনৰ সদস্য 

গণ বার্তা, আমগুৰি, ১২ আগষ্ট :   শেহতীয়াকৈ আমগুৰিত অসম গণ পৰিষদ দললৈ বিভিন্ন দল-সংগঠন বিষয়ববীয়াৰ যোগদানৰ ধাৰা অব্যাহত আছে। কালি সন্ধ্যাও আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাৰ বাসভৱনত অনুষ্ঠিত এক চমু যোগদান কাৰ্যসূচীত আমগুৰি সমষ্টিৰ উন্নয়ন আৰু আঞ্চলিকতাবাদী দলটোৰ কামকাজৰ প্ৰতি আকৃষ্ট হৈ অসম গণ পৰিষদত যোগদান কৰে ভূঞাহাট মণ্ডল কংগ্ৰেছৰ …

অধিক »