Browsing Tag

news

ৰাজ্যৰ ৩০০খন মাদ্ৰাছাত ওলমিব তলা। ইতিমধ্যে তালিকা চূড়ান্ত হৈছে : মুখ্যমন্ত্ৰী

তিনিচুকীয়া জিলাৰ বৰগুৰিত ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি Bhabesh kalita ভৱেশ কলিতা উপস্থিতিত, মুখ্যমন্ত্ৰী ড০ Himanta Biswa Sarma ইশুভ উদ্বোধন কৰে ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্মিত দলীয় কাৰ্যালয় 'অটল বিহাৰী বাজপেয়ী ভৱন'।

জোনমনি ৰাভাৰ সেই গান গোৱা আৰু গোৱা নহল ….

সামাজিক মাধ্য়মত গৰিমা গাৰ্গৰ এক বিশেষ ফেচবুক পোষ্ট... একেবাৰে অবিশ্বাস্য !! সৌ সিদিনা ১৩ মে' তাৰিখে নগাঁওৰ নেহেৰুবালিত গোটেই নিশাটো তেওঁ আমাৰ লগতে আছিল আৰু আজি হঠাৎ শুনিবলৈ পালো তেওঁ এই পৃথিৱীৰ পৰা চিৰদিনলৈ আঁতৰি গুচি গʼল । মাত্ৰ দুটা

তিনিচুকীয়াত “তিনিচুকীয়া সন্মিলন কেন্দ্ৰ” শুভউদ্বোধন ড° হিমন্ত বিশ্ব শৰ্মাৰ ।

তিনিচুকীয়া জিলাত আয়োজিত "উপায়ুক্ত সন্মিলন"ৰ প্ৰাক মুহূৰ্তত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অত্যাধুনিক ৰূপত নিৰ্মাণ কৰা "তিনিচুকীয়া সন্মিলন কেন্দ্ৰ" শুভউদ্বোধন ৷ অসমৰ দ্বিতীয়টো এনেধৰণৰ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱা এই সন্মিলন

চান্দমাৰী মণ্ডল সমল কেন্দ্ৰৰ সমূহীয়া শিকন কেন্দ্ৰ(COMMUNITY LEARNING HUB)ৰ শুভ উদ্ধোধন।

গোলাঘাট পূৱ শিক্ষা খণ্ডৰ চান্দমাৰী মণ্ডল সমল কেন্দ্ৰৰ অধিনষ্ঠ চান্দমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত আজি গোলাঘাট জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক তথা জিলা প্ৰাথমিক শিক্ষা বিষয়া ড. সমিৰণ বৰাই এটি সমূহীয়া শিকণ কেন্দ্ৰ অথবা কমিউনিটি লাৰ্নিং হাবৰ শুভ

হাউলীত বৰপেটা জিলা আমছুৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্নঃ জিলা সমিতিৰ দুই উপ-সভাপতিক বিদায় সম্ভাষন

সদৌ অসম সংখ্যালঘূ ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ বৰপেটা জিলা সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা দেওবাৰে দিনৰ ১১ বজাত হাউলীস্থ জিলা সমিতিৰ মূখ্য কাৰ্যালয় প্ৰাংগনত জিলা সমিতিৰ সভাপতি আব্দুল জুব্বাৰ আলীৰ পৌৰোহিত্যত অনুষ্ঠিত হয় । সভাখনৰ উদ্দেশ্যে

গোৱালপাৰাত আম আদমী পাৰ্টীৰ কৰ্মী সভা

গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিৰ অন্তগৰ্ত ধুমেৰঘাট আৰ্দশ জাতীয় বিদ্যালয়ত আজি আম আদমী পাৰ্টীৰ সমষ্টি কমিটী গঠন সম্পৰ্কে এখন কৰ্মী সভা অনুষ্ঠিত হয়। উক্ত সভা খনত উপস্থিত থাকে মুখ্য অতিথি হিচাপে ৰাজ্যিক মহিলা শক্তিৰ সভাপতি মিতালি

গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সমন্বয়ৰ দ্বাৰা আয়োজিত “দশম বার্ষিক সাংবাদিকৰ মুকলি বিহু”

আজি পুৱা গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত সমন্বয়ৰ দ্বাৰা আয়োজিত "দশম বার্ষিক সাংবাদিকৰ মুকলি বিহু"ৰ আয়োজল কৰা হয় । গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ, সাংবাদিকসকলে তেওঁলোকৰ কৰ্তব্যনিষ্ঠাৰে সমাজৰ বিভিন্ন বাস্তৱতাক সমাজৰ আগত দাঙি ধৰে।

পশ্চিম বোকাখাত ব’হাগী উৎসৱ-২০২৩ৰ আজিৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাত মন্ত্ৰী অতুল বৰা

পশ্চিম বোকাখাত ব'হাগী উৎসৱ-২০২৩ৰ আজিৰ বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভণি অনুষ্ঠানত মন্ত্ৰী অতুল বৰা । শোভাযাত্ৰাটিত অসমৰ জাতীয় জীৱনৰ সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ বিভিন্ন গৌৰৱময় সমলক প্ৰতীকী ৰূপত উপস্থাপন

মৈৰাবাৰীত সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান’বাটৰ কবিতা’

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ 'খাইৰ প্ৰকাশন'ৰ উদ্যোগত ২০১৫ চনৰ ১০ জানুৱাৰীৰ পৰা প্ৰতি ইংৰাজী মাহৰ ১০ তাৰিখে নিয়মীয়াকৈ অনুষ্ঠিত হৈ অহা সম্প্ৰীতিৰ অভিনৱ কাব্যানুষ্ঠান 'বাটৰ কবিতা' মৈৰাবাৰী কলেজ ৰোডত 'খাইৰ প্ৰকাশন'ৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হয়।

ৰঙিয়া আৰক্ষীৰ জালত স্কুটি চোৰ ।

ৰঙিয়া আৰক্ষীৰ জালত স্কুটি চোৰ । ঙিয়া আৰক্ষীয়ে আজি দুজনকৈ স্কুটি চোৰক আটক কৰাৰ লগতে চুৰি হোৱা AS25-G -5155 নম্বৰৰ স্কুটি এখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আটকাধিন চোৰ দুজন হৈছে ৰঙিয়া ২ নং ওৱাৰ্ডৰ আচাদুল আলী আৰু ৰঙিয়া কলমনিৰ হিমাংশু