মাজুলিৰ বিজেপি বিধায়ক ভূৱন গামৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত

329

মাজুলীৰ বিজেপি বিধায়ক ভূৱন গামৰ গাড়ী দূৰ্ঘটনাগ্ৰস্ত। শোনিতপুৰৰ খনামুখৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দূৰ্ঘটনা ।

গাড়ীখনত বিধায়কগৰাকীৰ লগত আছিল পত্নী আৰু গাড়ীচালক। বিধায়ক গৰাকীক বালিপৰা চিকিৎসালয়ত ভৰ্তি ।

মাজুলীৰ পৰা গুৱাহাটী অভিমুখী যাত্ৰাত তেজপুৰত মাজুলীৰ বিধায়ক ভূৱন গাম বাহন দুৰ্ঘটনাত পতিত হয়।

ঘটনা কালত তেখেতৰ লগত তেখেতৰ পৰিবাৰ, দেহৰক্ষী আৰু ব্যক্তিগত সহায়ক জনো আঘাত প্ৰাপ্ত হৈছে। অৱশ্যে সকলোৰে স্বাস্থ্য বৰ্তমান সুস্থ ।

Leave A Reply

Your email address will not be published.